Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে (Supreme Court) ১৮ বছৰীয়া এগৰাকী মহিলাক গৰ্ভপাত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। তেওঁ ৩০ সপ্তাহৰ গৰ্ভৱতী। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ...







