Tribal Status : আদিবাসী জনগোষ্ঠীৰ জনজাতি কৰণ দাবীত কাৰ্বি আংলং জিলা আয়ুক্ত’ৰ জৰিয়তে মূখ্য মন্ত্রীলৈ স্মাৰক প্ৰদান
অসমত বসবাস কৰি থকা বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাৱী জনজাতি কৰণ (Tribal Status),ৰ লগতে বিভিন্ন সমস্যাৰ সমাধানৰ দাৱীত সদৌ অসম ...







