নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। পাকিস্তানত গণতন্ত্রৰ অৱনতি ঘটিছে। ইমৰান খানক অন্যায়ভাৱে কাৰাগাৰত বন্দী কৰা সংবিধানৰ পৰিৱৰ্তে সেনা প্ৰধান আসিফ মুনিৰক ...







