Arunachal assembly election result 2024 : অৰুণাচল বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়
নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি অৰুণাচল বিধানসভা (Arunachal Assembly)ৰ ১০গৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল। দেওবাৰে বাকী ৫০টা ...







