Supreme Court of India I অনিৰ্দিষ্টকাললৈ বিধেয়ক এখন ৰখাই থোৱাটো সঠিক নহয়, ৰাষ্ট্ৰপতি-ৰাজ্যপালকো সময়সীমা দিব নোৱাৰি: উচ্চতম ন্যায়ালয়
যদি ৰাজ্যপালে কোনো বিধেয়কত সন্মতি নিদিয়ে তেন্তে সেইখন পুনৰ বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। ৰাজ্যপালে বিধেয়কখন ৰখাই থব নোৱাৰে। মুখ্য ন্যায়াধীশ ...







