Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই (Shubhanshu Shukla) পৃথিৱীৰ বাহিৰত দুসপ্তাহ কটালে। তেওঁ নাছাৰ এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণ কৰিছে। বৰ্তমান তেওঁ আন্তৰ্জাতিক ...







