মাজুলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে এক উলহ-মালহ পৰিৱেশত উদযাপিত হ’ল আলি আয়ে লৃগাং উৎসৱ: ঢোল-নৃত্য-ঐ নিঃতমৰ পৰিৱেশত জীপাল হৈ উঠিল উৎসৱঠলী
ASSAM TIMES POST মাজুলী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীটো মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাংৰ ধৰ্মীয় ৰীতি-নীতি তথা...