ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অন্যতম আকৰ্ষণ নামঘৰৰ তোৰণ

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2020
Reading Time: 1 min read
A A
0
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অন্যতম আকৰ্ষণ নামঘৰৰ তোৰণ

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

 সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰ
অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষৰ প্ৰচেষ্টাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অস্থায়ী নামঘৰৰ তোৰণৰ শলাগনীয় প্ৰচেষ্টা। কাজিৰঙাৰ বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী জনাৰ সুন্দৰ শৈল্পিক হাতৰ পৰশত প্ৰাণ পাই উঠা এই নিপুণ ভাস্কৰ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিছে।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-06-at-10.42.22-AM.mp4

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বৈশিষ্ট্য সমূহ প্ৰতিফলিত কৰি গঢ় লৈ উঠা এই তোৰণখনিত আছে কাছ, কাছৰ পিঠিত হাতী, হাতীৰ পিঠিত সিংহ আৰু দশাৱতাৰ ইত্যাদি। শিল্পী গৰাকীয়ে জানিবলৈ পোৱা মতে দিবা-নৈশ প্ৰচেষ্টাৰে পাঁচ দিনৰ ভিতৰতে এই তোৰণখনি সম্পূৰ্ণ কৰিব পৰা গ’ল। তোৰণখনি সংঘৰ বোকাখাত জিলা শাখাৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় ভোলা বৰুৱাৰ সোঁৱৰণত প্ৰসন্ন বৈষ্ণৱ বৰুৱা আৰু তেখেতৰ মাতৃয়ে প্ৰদান কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx