ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

আইপিএলত প্ৰদৰ্শনৰ স্বীকৃতি, ১৫ মাহ পিছত ৰাষ্ট্ৰীয় দললৈ উভতিল ৰাহানে

নিউজ ডেস্কঃ

News Desk by News Desk
April 25, 2023
Reading Time: 1 min read
A A
0
আইপিএলত প্ৰদৰ্শনৰ স্বীকৃতি, ১৫ মাহ পিছত ৰাষ্ট্ৰীয় দললৈ উভতিল ৰাহানে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

আইপিএল (IPL)ৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা (Best Performance Award) লাভ কৰিলে আজিংক্য ৰাহানেয়ে (Ajinkya Rahane)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দলত সুযোগ লাভ কৰে ৩৪ বছৰীয়া ৰাহানেয়ে। প্ৰায় ১৫ মাহৰ পিছত পুনৰ জাতীয় দললৈ উভতিছে ৰাহানে (Rahane returns to the national team)। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ অন্তিমবাৰৰ বাবে দেশৰ হৈ টেষ্ট খেলিছিল। বৰ্তমান আইপিএলত চেন্নাইৰ হৈ খেলি আছে ৰাহানেয়ে।

ইতিমধ্যে কেইবাটাও চিত্তাকৰ্ষক ইনিংছ খেলিছে তেওঁ। ৰাহানেয়ে কেকেআৰৰ বিৰুদ্ধে ইডেনত একেবাৰে ছুপাৰ হিট ৰূপত অৱতীৰ্ণ হয়। আইপিএলত এই পৰ্যন্ত ২০৯ ৰান সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৯৯.০৪! গড় ৫২.২৫। গতিকে নিৰ্বাচকসকলে আৰু ভুল কৰিবলৈ ইচ্ছুক নহয়। ৰাহানে পুনৰ দলত।

IPL | ASSAM TIMES POST

ইফালে আঘাতৰ বাবে খেলিব নোৱাৰে শ্ৰেয়াছ আয়াৰে। মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য বেটছমেনৰ প্ৰয়োজন আছিল। ইয়াৰ পিছতে বৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ পৰা আঁতৰি যায় সূৰ্যকুমাৰ যাদৱ। নিৰ্বাচকসকলে তেওঁক চূড়ান্ত দলত ৰখাৰ কথা বিবেচনা নকৰিলে। যাৰ বাবে এই পৰ্যন্ত দেশৰ হৈ ৮২ খন টেষ্ট খেলা ৰাহানে পুনৰ ঘূৰি আহিছে।

অলৰাউণ্ডাৰ শাৰদুল ঠাকুৰকো স্থান দিয়া হৈছে। সূৰ্য অবিহনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টত অংশগ্ৰহণ কৰা দলটোৰ পৰা কুলদীপ যাদৱ আৰু ঈশান কিষাণকো বাদ দিয়া হৈছে। অহা ৭-১১ জুনত অভেলত অনুষ্ঠিত হʼব আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, আজিংক্য ৰাহানে, লোকেশ ৰাহুল, শ্ৰীকৰ ভাৰত (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকাট।

Tags: CRICKETjinkya Rahaneআজিংক্য ৰাহানে
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx