ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin seized I লাহৰীজানত আঢ়ৈ কোটি টকাৰ হেৰ’ইনসহ বাহন জব্দ, দুইজন গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
April 19, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
আজি বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত (Lahorijan) আৰক্ষীয়ে অভিযান চলাই (Police conduct raids) বুজন পৰিমাণৰ হেৰʼইনসহ এখন বাহন জব্দ (heroin seized) কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

 হেৰ'ইনসহ বাহন জব্দ
লাহৰীজানত আঢ়ৈ কোটি টকাৰ হেৰ’ইনসহ বাহন জব্দ:

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি বিয়লি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় চাৰি বজাত অভিযানকাৰী দলটোৱে এএছ-১১-ডিচি-৪৩৫০ নম্বৰৰ টাটা ডি আই বাহনখনত তালাচী চলাই ৪৫টা‌ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৫২৯.৩৬ গ্ৰাম হেৰʼইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়।

DrugP | ASSAM TIMES POST

বাহনখনৰ স্পেয়াৰ টায়াৰৰ ভিতৰত কৌশলেৰে লুকুৱাই হেৰʼইনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (2 persons arrested) কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ ৱাংগই হিয়ানথাং পাল্লাক নিবাসী টি এইচ ববী (২১) আৰু পুষম আব্দুল হাচিম (২৬) বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হব বুলি জানিব পৰা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Heroin seizedLahorijan Policeলাহৰীজান আৰক্ষীহেৰʼইন জব্দ
Share5Tweet3Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
56
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
50

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

September 9, 2026
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d