ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Hema Malini I ‘বিহাৰৰ উৎসৱ বিহু’! অসমীয়াৰ ক্ষোভ দেখি ভুল স্বীকাৰ হেমা মালিনীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2023
Reading Time: 1 min read
A A
0
Hema Malini I ‘বিহাৰৰ উৎসৱ বিহু’! অসমীয়াৰ ক্ষোভ দেখি ভুল স্বীকাৰ হেমা মালিনীৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো বিতৰ্কিত মন্তব্য কৰিছে। বিজেপিৰ চলচ্চিত্ৰ তাৰকা (BJP’s film star) সাংসদ হেমা মালিনীয়ে (MP Hema Malini) এইবাৰ পৰিচয় দিলে নিজৰ অজ্ঞানতাৰ। তেওঁ টুইটাৰ (Tweeter)ত লিখিছে, “বিহু বিহাৰীসকলৰ উৎসৱ” (Bihu is a festival of Biharis)!

মথুৰাৰ সাংসদগৰাকীয়ে অসমৰ নৱবৰ্ষৰ উৎসৱ ‘বিহু’ বিহাৰলৈ প্ৰেৰণ কৰাৰ বাবে ছচিয়েল মিডিয়াত আক্ৰমণৰ সন্মুখীন হʼবলগীয়া হয়। বহু অসমীয়াই তেওঁক ক্ষমা বিচৰাৰ দাবী জনায়। ইয়াৰ পিছত তেওঁ খৰধৰকৈ নিজৰ ভুলৰ বাবে ক্ষমা খোজে (Apologizes for the mistake)। ক্ষমা খুজি লিখিছে, “ভুলতে মই বিহুক বিহাৰৰ উৎসৱ লিখিছো। ম‍ই দুঃখিত। বিহু অসমৰ উৎসৱ।”

 হেমা মালিনী
অসমীয়াৰ ক্ষোভ দেখি ভুল স্বীকাৰ হেমা মালিনীৰ:

উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মথুৰাৰ সাংসদ হেমাই কাঁচি লৈ কৃষি পথাৰত শস্য চপোৱাৰ বাবে নামি পৰিছিল। মূৰত শস্য লৈ বাটত খোজ দিছিল। ট্ৰেক্টৰো চলাইছিল।

নিৰ্বাচনত জয়ী হোৱাৰ দুবছৰ পিছত তেওঁ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলনক সমালোচনা কৰি কয়, “কৃষকসকলে নিজেই নাজানে তেওঁলোকে কি বিচাৰে!”

ইয়াৰ পূৰ্বে অভিনেত্ৰী প্ৰত্যুষা বেনাৰ্জীৰ মৃত্যুৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াত ‘অবোধ আত্মহত্যা’ লিখি এক বিতৰ্কত লিপ্ত হৈছিল।

Tags: bihuHema Maliniবিহুহেমা মালিনী
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT