অসমৰ অথলেটিকছ (Assam’s Othaltics) জগতলৈ পুনৰ সুনাম (Reputation) কঢ়িয়াই আনিছে দৌৰবিদ অম্লান বৰগোহাঁই (Sprinter Amlan Borgohain) আৰু হিমা দাসে (Hima Das)।
বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সত (3rd Indian Grand Prix) পুৰুষ (Male)ৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁয়ে সোণ (Gold)ৰ পদক জয় কৰে।
তেওঁ ১০০ মিটাৰ দৌৰ ১০.৫০ ছেকেণ্ড আৰু ২০০ মিটাৰ দৌৰ ২১.২২ ছেকেণ্ডত সম্পন্ন কৰি শীৰ্ষ স্থান দখল কৰে।
আনহাতে, একেটা ইভেণ্টতে মহিলা (Woman)ৰ ২০০ মিটাৰ দৌৰত স্প্ৰিণ্টাৰ হিমা দাসে স্বৰ্ণ (Gold) পদক অৰ্জন কৰে। তেওঁ 23.77 ছেকেণ্ডত দৌৰ সমাপ্ত কৰে।