ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Yuzvendra Chahal I টি-২০ ক্ৰিকেটত ৩০০ উইকেট, ভাৰতৰ প্ৰথম বলাৰৰ অভিলেখ চাহালৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2023
Reading Time: 1 min read
A A
0
Yuzvendra Chahal I টি-২০ ক্ৰিকেটত ৩০০ উইকেট, ভাৰতৰ প্ৰথম বলাৰৰ অভিলেখ চাহালৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

টি-২০ বিশ্বকাপত খেলাৰ সুযোগ নোপোৱা যজুবেন্দ্ৰ চাহালে (Yuzvendra Chahal) আইপিএলৰ প্ৰথমখন মেচত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে। টি-২০ ক্ৰিকেট (T-20 Cricket)ত ৩০০ উইকেট (300 wickets) দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ (First Indian bowler) হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি ৰাজস্থান ৰয়েলছৰ লেগ স্পিনাৰজনে আইপিএলত শ্ৰীলংকাৰ প্ৰাক্তন বলাৰ লাছিথ মালিংগাৰ ৰেকৰ্ড স্পৰ্শ কৰিছে।

চাহালে টি-২০ ক্ৰিকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৩০০ উইকেট দখল কৰি মাইলৰ খুঁটিত উপনীত হয়। দেওবাৰৰ খেলখনত চাহালে ১৭ ৰানেৰে ৪টা উইকেট দখল কৰে। তেওঁ হেৰী ব্ৰুক, মায়ংক আগৰৱালা, আদিল ৰছিদ আৰু ভুৱনেশ্বৰ কুমাৰক আউট কৰে। দেওবাৰে টি-২০ ক্ৰিকেটত ৩০০ উইকেটৰ ক্লাবত প্ৰৱেশ কৰে চাহালে তৃতীয়টো উইকেটৰে। আন কোনো ভাৰতীয় বলাৰৰ এই নজিৰ নাই। এতিয়া চাহালৰ হাতত আছে ৩০১টা উইকেট। এই তালিকাৰ প্ৰথম পাঁচজন ভাৰতীয় বলাৰ হৈছে ৰবিচন্দ্ৰন অশ্বিন (২৮৭), পীযুষ চাওলা (২৭৬), অমিত মিশ্ৰ (২৭২), যশপ্ৰীত বুমৰাহ (২৫৬)। পৰিসংখ্যাৰ পৰা স্পষ্ট যে ক্ৰিকেটৰ জগতত ২০ গজত স্পিনাৰৰ শক্তি বেছি।

Yuzvendra Chahal
ভাৰতৰ প্ৰথম বলাৰৰ অভিলেখ চাহালৰ:

দেওবাৰৰ খেলখনত চাহালে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১৭ ৰানেৰে ৪টা উইকেট দখল কৰে। এই মেচৰ পিছত আইপিএলত তেওঁৰ উইকেটৰ সংখ্যা হয় ১৭০। আইপিএলতো মালিংগাই ১৭০টা উইকেট দখল কৰিছে। শ্রীলংকাৰ প্রাক্তন বেগী বলাৰগৰাকীয়ে আইপিএলত এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰিছিল। দেওবাৰে তেওঁৰ লগত যোগ দিলে চাহালে। এই তালিকাৰ শীৰ্ষত আছে ডোৱেইন ব্ৰাভো। আইপিএলত ৱেষ্ট ইণ্ডিজৰ বলাৰৰ ১৮৩টা উইকেট।

বিগত টি-২০ বিশ্বকাপত চাহালে মাত্ৰ এখন খেল খেলাৰ সুযোগ পাইছিল। সেই সময়ত ৩২ বছৰীয়া লেগ স্পিনাৰজন ৰাহুল দ্ৰাবিড়, ৰোহিত শৰ্মাৰ পৰিকল্পনাত নাছিল। আইপিএলৰ প্ৰথমখন মেচত তেওঁ নজিৰ গঢ়ি তোলে। তেওঁ বিপক্ষৰ বেটছমেনক বল হাতত লৈ অস্বস্তিত পেলাইছিল। লগতে সফলতাও লাভ কৰে। স্বাভাৱিকতে ৰাজস্থানী লেগ স্পিনাৰজন এই প্ৰদৰ্শনত সুখী। তেওঁ কয়, “মই অবিৰতভাৱে বলটো উইকেটত ৰাখিবলৈ চেষ্টা কৰিছিলো। লক্ষ্য আছিল বলৰ গতি সলনি কৰি বেটছমেনক প্ৰলোভিত কৰা। সেয়া মোৰ অন্যতম শক্তি। নতুন একো চেষ্টা কৰা নাছিলো। মোৰ সামৰ্থ্য অনুসৰি বলিং কৰিবলৈ চেষ্টা কৰিলোঁ।”

Tags: Jajuvendra Chahalt-20 cricketটি-২০ ক্ৰিকেটযজুবেন্দ্ৰ চাহাল
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx