ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnakat Assembly elections I কৰ্ণাটকৰ নিৰ্বাচনৰ দিন ঘোষণা : ১০ মেʼত ভোটদান, ১৩ মেʼত ফলাফল

নিউজ ডেস্কঃ

News Desk by News Desk
March 29, 2023
Reading Time: 1 min read
A A
0
Karnakat Assembly elections I কৰ্ণাটকৰ নিৰ্বাচনৰ দিন ঘোষণা : ১০ মেʼত ভোটদান, ১৩ মেʼত ফলাফল

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

কৰ্ণাটক (Karnakat)ত ঘোষণা হ’ল বিধানসভা নিৰ্বাচন (Assembly elections)ৰ দিন। ১০ মেʼ (10 May)ত দক্ষিণৰ ৰাজ্যখনত এটা পৰ্যায়ত ভোটগ্ৰহণ (Voting) অনুষ্ঠিত হʼব। ১৩ মে’ (13 May)ত ফলাফল (Result) ঘোষণা হ’ব। সংবাদমেলত এই কথা সদৰী কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে (CEC Rajiv Kumar)।

কৰ্ণাটকৰ নিৰ্বাচন
কৰ্ণাটকৰ নিৰ্বাচনৰ দিন ঘোষণা:

কংগ্ৰেছ আৰু জেডিএছে ইতিমধ্যে প্ৰথম পৰ্যায়ত ১২৪খন আৰু ৯৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১১৯খন আসন লাভ কৰিছিল। আনহাতে, কংগ্ৰেছে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল জেডিএছে ২৮খন আসন লাভ কৰে।

বিগত কেইবছৰমানৰ পৰা কৰ্ণাটকত দুৰ্নীতিৰ অভিযোগত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। আনহাতে, শাসকীয় বাসৱৰাজ বম্মাই চৰকাৰৰ সংৰক্ষণৰ নতুন পদক্ষেপক কেন্দ্ৰ কৰি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটক জয় কৰাৰ সপোন দেখিছে গেৰুৱা শিবিৰে। যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলালৈ যোৱাৰ পিছতো পুনৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল।

কিন্তু কৰ্ণাটক পুনৰ দখল কৰাৰ আশাত বলিয়ান কংগ্ৰেছে দুৰ্নীতিৰ বিষয়টোক লক্ষ্য হিচাপে লৈ বিজেপিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে কৰ্ণাটকত ৰাহুল গান্ধীৰ সাংসদ পদ প্ৰত্যাখ্যানৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ।উল্লেখ্য, যোৱা বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে জেডিএছৰ লগত হাত মিলাই চৰকাৰ গঠন কৰিছিল। এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল।

চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনা বেংগালুৰুত দেখা গʼল বিৰোধী ঐক্যৰ এক বিৰল ছবি। ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে মমতা বেনাৰ্জী, সীতাৰাম য়েচুৰী, মায়াৱতী আদি বিৰোধী নেতাকো একেখন মঞ্চতে দেখা গʼল। অৱশ্যে কৰ্ণাটকত সেই চৰকাৰ বেছি দিন টিকি নাথাকিল। ক্ষমতা দখল কৰিলে বিজেপিয়ে। অৱশ্যে এইবাৰ কৰ্ণাটক জয়ী হোৱাত কংগ্ৰেছ আশাবাদী।

Tags: karnatakKarnataka electionsকৰ্ণাটককৰ্ণাটকনিৰ্বাচন
Share4Tweet3Send

Related Posts

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

by News Desk
April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

by News Desk
April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

by Staff Reporter
April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

by Staff Reporter
April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx