ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Congress against Against Om Birla I লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ চিন্তা কংগ্ৰেছৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 29, 2023
Reading Time: 1 min read
A A
0
Congress  against Against Om Birla I লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ চিন্তা কংগ্ৰেছৰ

RELATED POSTS

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

সাংসদ (MP) হিচাপে অযোগ্য ঘোষণা কৰাৰ পিছত ৰাহুল গান্ধীৰ (Rahul Gandhi) বিৰুদ্ধে অন্যায়ৰ অভিযোগ তীব্ৰতৰ কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ (Om Birla) বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ কথা কংগ্ৰেছে চিন্তা-চৰ্চা কৰিছে।http://(Om Birla)

Om Birla
Congress Against Om Birla:

কংগ্ৰেছৰ (Congress) সূত্ৰ অনুসৰি, এই প্ৰস্তাৱ মঙলবাৰে কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত আলোচনা কৰা হয়। অনাস্থা প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰা হৈছে। যদি চূড়ান্ত হয় তেন্তে বাকী বিৰোধী দলসমূহৰো সমৰ্থন বিচৰা হʼব। অনাস্থা প্ৰস্তাৱত অধ্যক্ষৰ বিৰুদ্ধে ৰাহুলৰ সাংসদ পদ নাকচ কৰাৰ ‘পক্ষপাতিত্ব’, ‘খৰখেদা সিদ্ধান্তʼৰ অভিযোগ উত্থাপন কৰা হʼব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে পৰিকল্পনা অনুসৰি অহা সোমবাৰে এই প্ৰস্তাৱ অনা হʼব।

তেনে ক্ষেত্ৰত ভাৰতীয় সংসদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হʼব।কংগ্ৰেছ নেতাসকলে অৱশ্যে এই প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা নাই বুলি একমত। সোমবাৰেও সংসদত অব্যাহত থাকিব এই হুলস্থুল। ফলত হুলস্থুলৰ মাজতে প্ৰস্তাৱ দাখিল কৰাত সমস্যাৰ সৃষ্টি হʼব।

কিন্তু ইয়াৰ মূল উদ্দেশ্য হʼব শাসকীয় শিবিৰলৈ বাৰ্তা প্ৰেৰণ কৰা। বৃহস্পতিবাৰে ৰাহুল গান্ধীক চুৰাটৰ (Surat) আদালতে মোডীৰ উপাধিৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে লোকসভা সচিবালয়ে তেওঁক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰি অধিসূচনা জাৰি কৰে। ইতিমধ্যে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে (Manis Tiwari) লোকসভাত এই বিচাৰাধীন প্ৰস্তাৱ উত্থাপন কৰিছে।

তেওঁ আঙুলিয়াই দিয়ে যে সংবিধানৰ ১০২(১) অনুচ্ছেদত সংসদৰ সদস্যক অযোগ্য ঘোষণা কৰাৰ কথা উল্লেখ আছে। সংবিধানৰ ১০৩(১) অনুচ্ছেদত উল্লেখ আছে যে সাংসদক পদৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে। ১০৩(২) অনুচ্ছেদত কোৱা হৈছে যে তাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰাটো প্ৰয়োজনীয়।

তদুপৰি, ৰাহুলক শাস্তি দিয়াৰ পাছতো ৰাহুলক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ ৩০ দিনৰ সময় দিছিল চুৰাট আদালতে। তাৰ আগতে সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাটো আইনৰ শাসনৰ বিৰুদ্ধে। কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ, অধিবক্তা অভিষেক মনু সিংভীয়েও (Abhishek Manu Sighvi) একেই যুক্তি আগবঢ়ায়। ইয়াৰ পূৰ্বে ৰাহুল আৰু কংগ্ৰেছে মোডী-আদানী সম্পৰ্কক লৈ দিয়া বক্তব্য সংসদৰ ৰেকৰ্ডৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপন কৰে। লগতে লোকসভাত কথা কওঁতে মাইক বন্ধ হৈ থকা বুলিও অভিযোগ উত্থাপন কৰে।

বিৰোধী শিবিৰৰ বহু দল অৱশ্যে এতিয়াও কংগ্ৰেছৰ প্ৰস্তাৱৰ সৈতে একমত নহয়। তৃণমূলৰ সূত্ৰ অনুসৰি, অধ্যক্ষৰ বিৰুদ্ধে কোনো অনাস্থা প্ৰস্তাৱ নাই। তেওঁক পদৰ পৰা অপসাৰণৰ বাবে ‘ইমপিচমেন্ট’ প্ৰস্তাৱ আনিব পাৰি। সকলো দলে একমত নহʼলে বিৰোধীৰ ঐক্যৰ ক্ষতি হʼব পাৰে বুলিও আশংকা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Om Birla
Share4Tweet3Send

Related Posts

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
51
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
54
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d