ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong I এপিএইছএলচি নেতা খৰচিং তিমুঙৰ মন্তব্য লৈ ক্ষমা খোজাৰ দাবী কেএছএৰ সভাপতি থানচিং তিমুঙৰ

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
March 22, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

অহা ২৩ মাৰ্চত ভাৰতীয় সংবিধান প্ৰদত্ত দাবী অনুচ্ছেদ ২৪৪ (ক) অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবীকলৈ (Demand for autonomy) ‘কাধাচডিকম’, কেএছএকে (KSA) ধৰি আন দল-সংগঠনক দিল্লীলৈ ধৰ্ণাৰ (Dharna to Delhi) বাবে যোৱা কাৰ্যক সামাজিক মাধ্যমত পিকনিক (Picnic) খাবলৈ আৰু ফটো উঠিবলৈ যোৱা বুলি এপিএইছএলচি (APHLC) নেতা খৰছিং তিমুঙে (Leader Kharshiing Timung) কৰা মন্তব্যত জাঙুৰ খাই উঠিছে কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ইংলংফ’) গোটৰ সভাপতি থানছিং তিমুঙ (President Thansing Timung)৷

এপিএইছএলচি
এপিএইছএলচি নেতা খৰচিং তিমুঙৰ মন্তব্য:

আজি ডিফু (Diphu)ৰ ৰংথিয়াংস্থিত কেএছএৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল (Press meet) আয়োজন কৰি এপিইএইছএলচি দলৰ নেতা খৰছিং তিমুঙৰ মন্তব্যক তীব্ৰ ভাষাত গৰিহণা দিয়ে কেএছএই ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ সভাপতি থানছিং তিমুঙে কয় যে, এপিইছএলচি দলৰ কেন্দ্ৰীয় নেতা খৰছিং তিমুঙে একো নভৱা-নিচিন্তাকৈ কাধাচডিকম আৰু কেএছএক আৰ এছএছ আৰু বিজেপিৰ এজেণ্ট আখ্যা দিয়া কাৰ্যক গৰিহণা দিছে ৷

কাধাচডিকমৰ নেতৃত্বত অহা ২৩ মাৰ্চত দিল্লীত অনুষ্ঠিত হবলগীয়া ধৰ্ণা কাৰ্যসূচীক উপলুঙা কৰি কাধাচডিকম আৰু কেএছএই পিকনিক খাবলৈ আৰু ফটো তুলিবলৈ যোৱা বুলি কৰা মন্তব্য চৰম বিভাজনকামী মন্তব্য বুলি কয় কেএছএ সভাপতিগৰাকী৷ এনে নেতিবাচক মন্তব্যই কাৰবি সকলৰ মাজত এক সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা কৰি তাৰ পৰা সৃষ্টি হোৱা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এপিএইছএলচি নেতা খৰচিং তিমুঙেই জগৰীয়া হব বুলি কয়৷ তিনি পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবীক কাধাচডিকমকে ধৰি কেএছএই বহু আন্দোলন কৰাৰ লগতে বহু সতীৰ্থকো হেৰুৱাইছো বুলি কয় সভাপতি থানচিং তিমুঙে ৷

ksa2 1 | ASSAM TIMES POST

স্বায়ত্তৰাজ্য আন্দোলনৰ বাবে বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলি হোৱাৰ লগতে ২০১৩ চনত পুলিচৰ হাতত কেএছএকে ধৰি বিভিন্ন সংগঠনৰ নেতা গ্ৰেপ্তাৰ হোৱা বুলিও কয় ৷ ১৯৮৬ চনৰ পৰিৱেশৰ পুণৰাবৃত্তি নকৰি গঠনমূলক দিহা-পৰামৰ্শৰে ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি স্বায়ত্তৰাজ্য পোৱাৰ বাবে যত্নপৰ হ’ব লাগে এপিএইছএলচি দল ৷ নেতিবাচক মন্তব্যৰে সমাজক বিভ্ৰান্ত কৰাৰ লগতে বিভাজনমুখী নকৰিবলৈ আহ্বান জনায় কেএছএৰ নেতাগৰাকীয়ে ৷

দিল্লীত গৈ ভাষণ দিয়া সময়ত ‘মই বিজেপি বা আন কোনো দলক ভোট দিয়ক বুলি নকও ৷ বৰঞ্চ ষষ্ঠ অনুসুচীৰ সুবিধা অনুসৰি ভাৰতৰ সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি তিনি পাৰ্বত্য জিলা পূব আৰু পশ্ছিম কাৰবি আংলঙ আৰু ডিমা হাচাওক সামৰি এখন স্বায়ত্তৰাজ্যৰ দাবী পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিম’ বুল কয় ৷ বিজেপি জিন্দাবাদ, আৰএছএছ জিন্দাবাদ বুলি শ্ল’গান নিদিও কেৱল স্বায়ত্ত ৰাজ্যৰ শ্ল’গান হে দিম ৷ সেয়ে এনে বিভাজনকামী মন্তব্য নিদিবলৈ এপিএইছচি কেন্দ্ৰীয় নেতা খৰছিং তিমুঙ আৰু এপিএইছএলচি দলক আহ্বান জনোৱাৰ লগতে এনে মনত্বৰ বাবে কাঞ্চাচডিকম আৰু কেএছএৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে কেএছএৰ সভাপতি থানছিং তিমুঙে ৷

Tags: APHLCKSAকেএছএথানচিং তিমুঙ
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx