ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kanhaiya Kumar I কংগ্ৰেছত বৃহৎ দায়িত্ব লাভৰ দিশে ৰাহুলৰ প্ৰিয় কানহাইয়া কুমাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 14, 2023
Reading Time: 1 min read
A A
0
Kanhaiya Kumar I কংগ্ৰেছত বৃহৎ দায়িত্ব লাভৰ দিশে ৰাহুলৰ প্ৰিয় কানহাইয়া কুমাৰ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

কানহাইয়া কুমাৰে (Kanhaiya Kumar) চিপিআই এৰি ৰাহুল গান্ধীৰ হাত ধৰি কংগ্ৰেছত যোগদান কৰে। বিজেপিয়ে কানহাইয়াক ‘টুকৰে টুকৰে গেঙৰ সদস্য’ বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই আপত্তি কৰে। ৰাহুলে কিন্তু সেয়া একো নুশুনিলে। সেই কানহাইয়াই এইবাৰ দলত গুৰুত্বপূৰ্ণ দায়িত্ব (Important responsibilities) লাভ কৰিবলৈ ওলাইছে।

কানহাইয়া কুমাৰ:
কংগ্ৰেছত বৃহৎ দায়িত্ব লাভৰ দিশে কানহাইয়া কুমাৰ:

কংগ্ৰেছ (Congress)ৰ সূত্ৰ অনুসৰি, এই সিদ্ধান্ত ৰাহুলৰ ইচ্ছামতে হৈছে। কানহাইয়াও ৰাহুলৰ সৈতে ‘ভাৰত জোৰো’ যাত্ৰাত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি গৈছিল। দলটোৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক— নতুন কংগ্ৰেছ ৱৰ্কিং কমিটি এই সপ্তাহতে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ৰাহুলৰ প্ৰিয় কানহাইয়াক কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ‘দল’ত ৰখাৰ উপৰি গান্ধী পৰিয়ালৰ ঘনিষ্ঠ তেওঁৰ আত্মবিশ্বাসী অজয়​মাকেন, ৰণদীপ সিং সুৰজেৱালা আৰু কুমাৰী শৈলজাইও গুৰুত্ব লাভ কৰিব। ৰাহুলৰ আস্থাভাজন কে চি বেণুগোপাল সংগঠনটোৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হʼব।

২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচনত পৰাজয়ৰ পিছত যোৱা বছৰ কংগ্ৰেছৰ উদয়পুৰ চিন্তন শিবিৰত সিদ্ধান্ত লোৱা হৈছিল যে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এটা বিভাগ গঠন কৰা হʼব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিভাগৰ গুৰুত্ব উপলব্ধি কৰি কেইবাজনো নেতাই ইয়াৰ অধ্যক্ষ হোৱাৰ দৌৰত নামি পৰিছে।

সূত্ৰ অনুসৰি, এআইচিচিৰ কেইবাজনো সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰাজ্যখন সলনি হʼব পাৰে। নিৰ্বাচনমুখী ৰাজস্থান, ছত্তীশগড়, আৰু দিল্লী, মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে ৮খন ৰাজ্যৰ ৰাজ্যিক সভাপতিৰ পদত নতুন মুখ দেখা যাব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: congressKanhaiya Kumarকংগ্ৰেছকানহাইয়া কুমাৰ
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

ADVERTISEMENT
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d