ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বোকাজান চিমেণ্ট ফেক্টৰী প্ৰদূষণ মুক্ত আঁচনিৰ আধাৰশিলা স্থাপন

ব্যুৰো ৰিপ'ৰ্ট‌ঃ

News Desk by News Desk
March 11, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST
এতিয়াৰে পৰা প্ৰদুষণমূক্ত হ’ব বোকাজান চিমেণ্ট ফেক্টৰী (Bokajan Cement Factory) ৷ বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ধুলিয়ে বোকাজানৰ লগতে ইয়াৰ উপ কণ্ঠ অঞ্চলত প্ৰদূষণ (Pollution) সৃষ্টি কৰি ভাবুকি সৃষ্টি কৰি অহাৰ সময়তে চিমেণ্ট ফেক্টৰীত আজি এক অত্যাধুনিক প্ৰযুক্তিৰ আধাৰশিলা স্থাপন কৰা হ’ল৷ কলিকতাৰ invent fans private limited নামৰ সংস্থা এটাই চিমেণ্ট ফেক্টৰীটোক প্ৰদুষণমূক্ত (Pollution-ridden) কৰিবলৈ ২০২৪ চনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰিছে। প্ৰায় ৮ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই প্ৰকল্পটো।

RELATED POSTS

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:

BOKAP2 | ASSAM TIMES POST

আজি প্ৰকল্পটোৰ শুভাৰম্ভ কৰে মুখ্য পৰিচালন সঞ্চালক সঞ্জয় বাঙ্গাই, মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া (Mukul Kumar Saikia), পৰিষদীয় সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰহ্মৰ উপৰিও ভালে কেইজন গণ্যমান্য ব্যক্তি। বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ বাবে বোকাজান নগৰলৈ ভাবুকি সৃষ্টি কৰি আহিছিল আৰু এইলৈ মহকুমাটোৰ বিভিন্ন সংগঠনে চিমেণ্ট ফেক্টৰীটোৰ মাৰাত্মক প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছিল ৷

BOKAp | ASSAM TIMES POST

উক্ত অত্যাধুনিক প্ৰযুক্তিৰ আঁচনি ৰূপায়নেৰে পূৰদুষণ প্ৰতিৰোধ হলে বোকাজানবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাব বুলি সচেতন মহলে মত পোষণ কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BOKAJANCEMENT FACTORYচিমেণ্ট ফেক্টৰীবোকাজান
Share6Tweet4Send

Related Posts

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ
KARBI ANGLONG

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

by Staff Reporter
June 11, 2025
56
World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন
KARBI ANGLONG

World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন

by ASSAM TIMES POST
June 5, 2025
69
ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:
KARBI ANGLONG

ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:

by Staff Reporter
June 4, 2025
52
Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ
KARBI ANGLONG

Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ

by ASSAM TIMES POST
June 3, 2025
60
মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ: অঞ্চলত শোকৰ ছাঁ
KARBI ANGLONG

মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ: অঞ্চলত শোকৰ ছাঁ

by ASSAM TIMES POST
June 2, 2025
92
দেকই তেৰাং গাঁৱত বিজেপিৰ গণযোগদান কাৰ্যসূচী: তিনি সহস্ৰাধিক লোকৰ বিজেপিত যোগদান
KARBI ANGLONG

দেকই তেৰাং গাঁৱত বিজেপিৰ গণযোগদান কাৰ্যসূচী: তিনি সহস্ৰাধিক লোকৰ বিজেপিত যোগদান

by ASSAM TIMES POST
June 2, 2025
62
ADVERTISEMENT
Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery
Assam

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

June 13, 2025
50
Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু
National-International

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

June 13, 2025
50
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান
National-International

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

June 13, 2025
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

June 13, 2025
Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

June 13, 2025
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3392) Lifestyle (24) literature (16) National-International (10114) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d