ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Fire I ডিলাইৰ মন তিমুঙ গাঁৱত অগ্নিকাণ্ড : নগদ ধনসহ সা-সম্পত্তি ভস্মীভূত

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 9, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST
আজি পুৱাৰ ভাগত ডিলাই (Dillai) থানা এলেকাৰ মনছিং তিমুঙ গাঁৱত (Mansing Timung village) এক ভয়ঙ্কৰ অগ্নিকাণ্ড (Fire)ৰ বাতৰি পোহৰলৈ আহিছে ৷প্ৰাপ্ত খবৰ অনুসৰি মনছিং তিমুঙ গাঁৱৰ ধনছিঙৰ ভাড়াঘৰত উক্ত অগ্নিকাণ্ড সংঘটিত হয়৷

 অগ্নিকাণ্ড
ডিলাইৰ মন তিমুঙ গাঁৱত অগ্নিকাণ্ড:

 অগ্নিকাণ্ডৰ ফলত ভাড়াঘৰটোত ভাড়াটীয়া হিচাপে থকা চেইন্ট থমাছ হাইস্কুলৰ তিনি শিক্ষয়িত্ৰী (Three teachers at St. Thomas High School) ক্ৰমে, ছাৰলিকা তেৰাঙপী, ক্ৰিষ্টিনা ৰংপিপী আৰু ৱেইছলিন হাঞ্চেপীৰ প্ৰায় ৭০ হাজাৰ টকাৰ নগদ ধনৰ লগতে লক্ষ্যাধিক টকাৰ সা-সম্পত্তি আৰু নথিপত্ৰ জ্বলি ছাৰখাৰ হৈ যায় ৷

dillip2 1 | ASSAM TIMES POST

ঘটনাৰ খবৰ লাভ কৰি বোকাজানৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি অগ্নিনিৰ্বাপন কৰে যদিও সা-সম্পত্তি ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DillaiFireঅগ্নিকাণ্ডডিলাই
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d