ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বিদ্যুৎচালিত উৎপাদিত গামোচা, মেখেলা চাদৰ আদিৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0
বিদ্যুৎচালিত উৎপাদিত গামোচা, মেখেলা চাদৰ আদিৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

গোলাঘাট (Golaghat) জিলাৰ উপায়ুক্ত (DC)য়ে গঠন কৰি দিয়া বলৱৎকাৰী স্কোৱাড (Squad)ৰ দ্বাৰা আজি বোকাখাতৰ কেইবাখনো বস্ত্ৰ বিপনীত (Textile Shops) চলিল বিদ্যুৎচালিত তাঁতশালত উৎপাদিত গামোচা, মেখেলা চাদৰ (Gamosa, Mekhela Chad) আদিৰ আমদানি আৰু বিক্ৰীৰ বিৰুদ্ধে মহকুমা প্ৰশাসনৰ অভিযান।

boka0 | ASSAM TIMES POST

বোকাখাত মহকুমাৰ দণ্ডাধীশ ৰিচিবন্দনা গগৈৰ নেতৃত্বত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, ৰেচম বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ, আৰক্ষীকে ধৰি বহুকেইটা বিভাগৰ যুটীয়া অভিযান চলে বোকাখাতৰ কেইবাখনো বস্ত্ৰ বিপনীত।

boka2 1 1 | ASSAM TIMES POST

এই অভিযানৰ উদ্দেশ্য হৈছে পৰম্পৰাগত বয়ন উদ্যোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিদ্যুৎচালিত তাঁতশালত উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ নিৰুৎসাহিত কৰা।

Tags: BokakhatGamosaMekhela Chadগামোচাবোকাখাতমেখেলা
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT