ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ministry of Home Affairs I ছিছোদিয়াৰ চোৰাংচোৱাগিৰিৰ অভিযোগৰ চিবিআইৰ তদন্তৰ অনুমতি গৃহ মন্ত্ৰালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2023
Reading Time: 1 min read
A A
0
CBI Summon Issued I আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ পুনৰ চিবিআইৰ চমন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

দিল্লীৰ বিতৰ্কিত আবকাৰী দুৰ্নীতিৰ (Corruption) বাবে হেঁচাত পৰিছে কেজৰিৱালৰ ঘনিষ্ঠ দিল্লী (Delhi)ৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া (Deputy Chief Minister Manish Sisodia)। ‘ফিডবেক ইউনিটʼৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰা ছিছোদিয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ চিবিআই (CBI)ক নিৰ্দেশ দিছে অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে। 

চোৰাংচোৱাগিৰি
চিবিআইৰ তদন্তৰ অনুমতি গৃহ মন্ত্ৰালয়ৰ:

ইয়াৰ পূৰ্বে চিবিআইয়ে ‘ফিডবেক ইউনিটʼৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগত উপ-মুখ্যমন্ত্ৰী ছিছোদিয়া আৰু অন্যান্য বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছিল।২০১৫ চনত দিল্লী চৰকাৰে ‘ফিডবেক ইউনিট’ গঠন কৰিছিল অভিযোগ অনুসৰি, ২০১৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ইউনিটে বিৰোধীৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল। চিবিআইৰ দাবী যে কেৱল বিজেপিয়েই নহয়, আপৰ ক্ষুব্ধ নেতাসকলকো এই ইউনিটৰ পৰাই নিৰীক্ষণ কৰা হৈছিল।

এই ইউনিট গঠনৰ পূৰ্বে উপ-ৰাজ্যপালৰ পৰা কোনো অনুমতি লোৱা হোৱা নাছিল।চিবিআইৰ দাবী, কেজৰিৱাল চৰকাৰে সৃষ্টি কৰা ‘ফিডবেক ইউনিট’এ ৰাজনৈতিক নেতাক চোৰাংচোৱাগিৰি আৰু নিৰীক্ষণ কৰি আহিছে। চলিত বৰ্ষৰ ১২ জানুৱাৰীত চিবিআইয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। যʼত লেফটেনেণ্ট গৱৰ্ণৰৰ পৰা দুৰ্নীতিৰ অভিযোগত ছিছোডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াই নিবলৈ অনুমতি বিচৰা হৈছিল। লেফ্টনেন্ট গভৰ্নৰ ভি কে ছাক্সেনা পাত্ৰপাথে সেই অনুমতি দিছিল।

এইবাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও কেন্দ্ৰীয় সংস্থা চিবিআইক ছিছোদিয়াৰ বিৰুদ্ধে তদন্ত আগবঢ়াই নিবলৈ সেউজ সংকেত দিলে।দিল্লীৰ নতুন আবকাৰী নীতি প্ৰণয়নক লৈ দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে আপৰ বিবাদ। দিল্লীত সুৰা বিক্ৰীৰ সকলো দায়িত্ব আৰু দায়বদ্ধতা চৰকাৰৰ কান্ধত। নতুন আবকাৰী নীতিয়ে এই স্থিতি সলনি কৰিবলৈ ওলাইছিল। সুৰা বিক্ৰী ব্যৱস্থা ব্যক্তিগতৰ হাতত গতাই দিয়াৰ কথা আছিল।

কিন্তু নতুন নীতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়ে লেফ্টনেন্ট গভৰ্নৰে। হেঁচাত প্ৰত্যাহাৰ কৰা হয় নতুন আবকাৰী নীতি। এই গোচৰত চিবিআইয়ে কেইবাবাৰো ছিছোদিয়াক জেৰা কৰিছে।

যোৱা দেওবাৰেও তেওঁক মাতি অনা হৈছিল। অৱশ্যে ছিছোদিয়াই বাজেট প্ৰস্তুত কৰাত ব্যস্ত বুলি কৈ আৰু এসপ্তাহৰ সময় বিচাৰিছিল। চিবিআইয়েও অনুমোদন দিয়ে। ইয়াৰ মাজতে গম পোৱা গৈছে যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন গোচৰত চিবিআইৰ তদন্তৰ সন্মুখীন হʼবলৈ গৈ আছে।

Tags: CBIManish Sisodiaছিছোদিয়া
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx