ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani Group I আদানি গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ তদন্ত আৰম্ভ ছেবিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 15, 2023
Reading Time: 1 min read
A A
0
Adani Group I আদানি গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ তদন্ত আৰম্ভ ছেবিৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

বিত্তীয় গৱেষক সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ (Hindenburg Research) অভিযোগৰ ভিত্তিত উদ্যোগপতি গৌতম আদানীৰ (Industrialist Gautam Adani) মালিকনাধীন কোম্পানীসমূহৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে (Securities and Exchange Board)। ছেবিয়ে কয় যে এই প্ৰতিবেদনৰ পিছতে শ্বেয়াৰ বজাৰৰ কাৰ্যকলাপ পৰীক্ষা কৰি আছে।

আদানি গ্ৰুপৰ
আদানি গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ তদন্ত:

বজাৰত হেতালি খেলা আৰু বিত্তীয় জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আদানীৰ ব্যৱসায়িক সাম্ৰাজ্যই শ্বেয়াৰ বজাৰত ১০০ বিলিয়ন ডলাৰতকৈ অধিক লোকচান কৰিছে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি আহিছে আদানী গ্ৰুপে।

সোমবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা আবেদনত ছেবিয়ে কয় যে তেওঁলোকে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ “ৰিপোৰ্ট প্ৰকাশৰ পূৰ্বে আৰু পিছত বজাৰৰ কাৰ্যকলাপ” পৰীক্ষা কৰি আছে আৰু অভিযোগসমূহ বিশ্লেষণ কৰি আছে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ত দিয়া আবেদনত ছেবিয়ে কয়, “চিকিউৰিটিজ বজাৰৰ সুস্থিৰ কাৰ্যকলাপ আৰু উন্নয়নৰ বাবে নিয়ন্ত্ৰণ আন্তঃগাঁথনি স্থাপন কৰিবলৈ ছেবি দৃঢ়প্ৰতিজ্ঞ আৰু পৰ্যাপ্তভাৱে ক্ষমতাপ্ৰাপ্ত।”

Tags: Adani GroupSebiআদানি গ্ৰুপছেবি
Share4Tweet3Send

Related Posts

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

by Staff Reporter
June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
ADVERTISEMENT
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx