ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Reserve Bank : মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপো ৰেট বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
February 8, 2023
Reading Time: 1 min read
A A
0
Reserve Bank : মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপো ৰেট বৃদ্ধি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট (Repo Rate)। বুধবাৰে আৰ বি আইৰ গভৰ্নৰ শক্তিকান্ত দাসে ঘোষণা কৰে যে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৬.৫ শতাংশ হʼব। ইয়াৰ লগে লগে শীৰ্ষ বেংকটোৱে একেৰাহে ছবাৰ ৰেপো ৰেট বৃদ্ধি কৰিলে। 

ৰিজাৰ্ভ বেংক
মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপো ৰেট বৃদ্ধি:

আৰ বি আইৰ ‘মুদ্ৰানীতি সমিতি’ৰ (এম পি চি) বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। ৬ জনীয়া সমিতিৰ ৪ জন সদস্যই ৰেপো হাৰ বৃদ্ধিৰ সপক্ষে ভোটদান কৰে। ইয়াৰ পিছত ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। এইবাৰ এম পি চিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

যোৱা বছৰৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা এম পি চিৰ বৈঠকৰ পিছত ৰেপো ৰেট ০.৩৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত পুনৰ এম পি চিৰ বৈঠক। অৱশ্যে ৰিভাৰ্ছ ৰেপো ৰেট ৩.৩৫ শতাংশত আছে।

ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক যি হাৰত ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। বাণিজ্যিক বেংকে ৰিজাৰ্ভ বেংকক যি হাৰত ঋণ দিয়ে, সেই হাৰক ৰিভাৰ্ছ ৰেপো ৰেট বোলা হয়। সাধাৰণতে ৰেপো হাৰ বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিশোধ প্ৰক্ৰিয়াত পৰে। ঠিক এই কাৰণেই ৰেপো ৰেট বৃদ্ধি হʼলে ঘৰ বা গাড়ী কিনাৰ ই এম আই বৃদ্ধি পাব পাৰে। কিন্তু ই এম আই বৃদ্ধিৰ বোজা মানুহৰ ওপৰত কিমান পৰিব সেয়া RBIৰ অর্থনৈতিক বিশেষজ্ঞৰ সিদ্ধান্ত৷

Tags: Repo RateReserve Bankৰিজাৰ্ভ বেংকৰেপো ৰেট
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx