ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মাতৃৰ লিভ ইন পাৰ্টনাৰৰ বাবে অন্তঃসত্তা নাবালিকা! অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
January 28, 2023
Reading Time: 1 min read
A A
0
মাতৃৰ লিভ ইন পাৰ্টনাৰৰ বাবে অন্তঃসত্তা নাবালিকা! অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

মাতৃৰ লিভ ইন পাৰ্টনাৰৰ (Mother’s Live-in Partner) বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ (Allegations of rape)। অভিযোগ অনুসৰি, নাবালিকা হৈ থকাৰ পৰায়ে মাকৰ সংগীয়ে দিনৰ পিছত দিন যৌন নিৰ্যাতন চলাইছিল। শুকুৰবাৰে ন্যায়াধীশে দোষী সাব্যস্ত কৰে ৩৯ বছৰীয়া অভিযুক্তক। POCSO গোচৰত মুম্বাই (Mumbai)ৰ এখন বিশেষ আদালতে তেওঁক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

অন্তঃসত্তা নাবালিকা
মাতৃৰ লিভ ইন পাৰ্টনাৰৰ বাবে অন্তঃসত্তা নাবালিকা:

যুৱতীগৰাকীয়ে ২০১৬ চনত তেওঁৰ বয়স ১৬ বছৰ বুলি অভিযোগ কৰে। তেওঁ মাকৰ সৈতে শিৱাজীনগৰ (Sivajinagar) অঞ্চলত বাস কৰিছিল। তাতেই পঞ্চম-ষষ্ঠ মানত পঢ়ি থকা সময়ত মাকৰ লিভ ইন পাৰ্টনাৰে শাৰীৰিক নিৰ্যাতন চলাইছিল বুলি দাবী কৰিছে ভুক্তভোগীয়ে। এই বিষয়ে কাৰোবাক কʼলে তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। অভিযোগকাৰীয়ে দাবী কৰে যে তেওঁৰ ওপৰত দিনৰ পিছত দিন শাৰীৰিক আৰু মানসিক নিৰ্যাতন অব্যাহত আছিল।

কন্যাৰ অভিযোগত সাক্ষী দিয়ে মাতৃয়ে। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত স্বামীৰ মৃত্যু হোৱা বুলি অভিযোগত উল্লেখ কৰিছে। ইয়াৰ পিছত তেওঁ অভিযুক্তৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। তেওঁলোকে একেলগে থাকিবলৈ আৰম্ভ কৰে। সেই সময়ত অভিযুক্তই কিশোৰীগৰাকীক লৈ আপত্তি কৰা নাছিল। কিছুদিন পিছত লিভ ইন পাৰ্টনাৰজনে কাম এৰি ঘৰতে থাকিবলৈ ধৰে।

লাহে লাহে তেওঁ মদৰ প্ৰতি আসক্ত হৈ পৰে। তেওঁ ড্ৰাগছ সেৱন কৰিবলৈও ধৰে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ এদিন পিছত তেওঁৰ লিভ ইন পাৰ্টনাৰ নাবালিকা কন্যাক নিৰ্যাতন চলাই থকা দেখা পায়। দুয়োজনৰ মাজত অশান্তিৰ সৃষ্টি হয়।

কিন্তু ২০১৬ চনৰ জুলাই মাহত ছোৱালীজনী গৰ্ভৱতী হোৱাত মাতৃৰ মূৰত আকাশী সৰগ ভাঙি পৰে। ছোৱালীজনীয়ে মাতৃক কয় যে তেওঁৰ এজন লʼৰাৰ লগত সম্পৰ্ক আছে। তেওঁৱেই ‘অত্যাচাৰ’ কৰিছিল। সকলো কথা শুনি মাতৃয়ে জীয়েকক চিকিৎসকৰ ওচৰলৈ লৈ যায়।

কিন্তু পিছত ছোৱালীজনীৰ পৰা গম পায় যে এই কাৰ্যৰ বাবে ‘সতিয়া পিতৃ’ দায়ী। জীৱনৰ ভয়ত তেওঁ মাতৃক মিছা কথা কৈছিল। ইয়াৰ পিছত মাতৃ-কন্যাই আইনৰ কাষ চাপে।ডিএনএ ৰিপোৰ্ট, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু ৯জন লোকৰ সাক্ষী-প্ৰমাণৰ ভিত্তিত আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰে।

Tags: Mother's Live-in PartonaMumbaiPregnant minorঅন্তঃসত্তা নাবালিকামাতৃৰ লিভ ইন পাৰ্টনা
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx