ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিবিচিয়ে প্ৰস্তুত কৰা “ইণ্ডিয়াঃ দ্য মোদী কোৱেশ্যন” তথ্যচিত্ৰৰ প্ৰচাৰ ভাৰতত নিষিদ্ধ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2023
Reading Time: 1 min read
A A
0
বিবিচিয়ে প্ৰস্তুত কৰা “ইণ্ডিয়াঃ দ্য মোদী কোৱেশ্যন” তথ্যচিত্ৰৰ প্ৰচাৰ ভাৰতত নিষিদ্ধ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Prime Minister Narendra Modi) সমালোচনাৰ পাত্ৰ কৰি প্ৰস্তুত কৰা বিবিচিৰ তথ্যচিত্ৰত(BBC documentary) ইতিমধ্যে নিষেধাজ্ঞা প্ৰদান কৰিছে ভাৰত চৰকাৰে। তথ্য চিত্ৰৰ অংশ শ্বেয়াৰ কৰা টুইটকে আদি কৰি তথ্য চিত্ৰৰ ইউটিউব লিংক বিতৰণ কৰা টুইটবোৰ ব্লক কৰা হৈছে। এই সন্দৰ্ভত জাৰি কৰা দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ নিৰ্দেশনাত সকলোবোৰ ভিডিঅ’ ব্লক কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

BBC documentary “India:
Directions to block the BBC documentary “India: The Modi Question:

উল্লেখ্য যে, বিবিচিয়ে প্ৰস্তুত কৰা আৰু ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ দ্বাৰা প্ৰযোজিত তথ্যচিত্ৰ “ইণ্ডিয়াঃ দ্য মোদী কোৱেশ্যন” ৰ ভিডিঅ’ লিংক সন্নিৱিষ্ট ৫০ টাতকৈ অধিক টুইট ব্লক কৰাৰ নিৰ্দেশনা দিয়ে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সচিবে তথ্য প্ৰযুক্তি নিয়ম, ২০২১-ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি এই নিৰ্দেশনা জাৰি কৰাৰ পিছতেই ইউটিউব আৰু টুইটাৰে ইয়াৰ পালন কৰে।

ADVERTISEMENT

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বি বি চিৰ তথ্যচিত্ৰখনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, “বিবিচিয়ে তথ্যচিত্ৰখন ভাৰতত মুকলি কৰা নাছিল যদিও একাংশ ইউটিউব চেনেলে এই তথ্য চিত্ৰখন আপলোড কৰিছে। ভাৰত বিৰোধী কাৰ্যসূচীৰ বাবেই এই তথ্যচিত্ৰখন প্ৰচাৰৰ বাবে আপলোড কৰা হৈছে যেন লাগিছে।”

আনহাতে, নিৰ্ভৰযোগ্য সূত্ৰই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি গৃহ আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে তথ্যচিত্ৰখন পৰীক্ষা কৰিছিল আৰু দেখিছিল যে ছবিখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপবাদ দিয়াৰ এক প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে। ইয়াৰ সমান্তৰালকৈ, তথ্যচিত্ৰখনে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা হ্ৰাস কৰিব আৰু দেশৰ ভিতৰত ৰাজহুৱা শৃংখলাৰ লগতে বিদেশী দেশৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব বুলিও ধাৰণা কৰা হৈছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Directions to block the BBC documentary “India: The Modi Questionবিবিচিয়ে প্ৰস্তুত কৰা "ইণ্ডিয়াঃ
Share5Tweet3Send

Related Posts

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০
National-International

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

by News Desk
January 30, 2023
50
ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:
National-International

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

by News Desk
January 30, 2023
50
২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:
National-International

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

by News Desk
January 30, 2023
50
‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ
National-International

‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ

by Staff Reporter
January 30, 2023
50
ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!
National-International

ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

by Staff Reporter
January 30, 2023
50
সপ্তম স্থানলৈ গতি কৰিলে গৌতম আদানীঃ যাব নেকি দেশ এৰি?
NORTHEAST

সপ্তম স্থানলৈ গতি কৰিলে গৌতম আদানীঃ যাব নেকি দেশ এৰি?

by Staff Reporter
January 29, 2023
59
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: