ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত মাৰাথান দৌৰ প্ৰতিযোগিতাৰে পথ সুৰক্ষা সপ্তাহ ২০২৩:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
January 17, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST
অসম চৰকাৰৰ (Assam Government) নিৰ্দেশ মৰ্মে ‘স্বচ্ছতা পখৱাড়া’ক থীম হিচাপে লৈ যোৱা ১১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি চলি থকা পথ সুৰক্ষা সপ্তাহ (Road Safety Week-2023) ২০২৩ৰ আজি সফল সামৰণি (close) পৰে৷

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

পথ সুৰক্ষা সপ্তাহ
Road Safety Week-2023:

এইলৈ সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰবি আংলঙতো (Karbi Anglong) জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ পিছত আজি ডিফু উপায়ুক্ত কাৰ্যালয়ৰ (Diphu Deputy Commissioner’s Office) পৰা ডিফু-লামডিং পথৰ পাঁচ কিলোমিটাৰ ল’ৰা-ছোৱালী উভয় শাখাৰ প্ৰাইজমনি মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সফল সমাপ্তি ঘটায়৷

এইলৈ আজি প্ৰাত: পুৱাতেই ডিফু উপায়ুক্ত কাৰ্যালয় সমবেত হোৱা প্ৰতিযোগীসকলৰ প্ৰাইজমনি মাৰাথান দৌৰৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ছাইফুদুল্লাহ খান আৰু জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙে ৷

ল’ৰা-ছোৱালীৰ উভয় শাখাৰ প্ৰায় ৮৫ গৰাকী প্ৰতিযোগীয়ে মাৰাথান দৌৰত অংশগ্ৰহণ কৰি ল’ৰাৰ মুঠ ১০ কিলোমিটাৰ আৰু ছোৱালীৰ মুঠ ৫ কিলোমিটাৰ দৌৰ সম্পন্ন কৰে ৷ মাৰাথান দৌৰৰ বিজয়ী সকল ল’ৰা-ছোৱালীৰ উভয় শাখাত ক্ৰমে, দিনেশ কুমাৰ, বিপুল সৎনামী, তেজ বাহাদুৰ থাপা, ৰিংকি কুমাৰী, কাজিৰ মিলিকপী আৰু লক্ষ্মী বে’পী ৷

MarathonP0 | ASSAM TIMES POST

আনহাতে এই উপলক্ষে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ অনুষ্ঠানৰ আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ ৷ অনুষ্ঠানটোত জিলাখনৰ বিশিষ্ট খেলুৱৈ পখিলা ইংতিপী, মঙলছিং হাঞ্চে, চিকাৰী ইংহি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্চ গেমচৰ খেলুৱৈ চন্দ্ৰছিং টেৰণ আৰু ৰুমিলা তেৰাংপীক জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পিছত ল’ৰা-ছোৱালীৰ উভয় শাখাৰ মাৰাথান প্ৰাইজমনি প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়৷

উক্ত অনুষ্ঠানত ক্ৰমে, জিলা আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়া কৰ্মীসকল উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয় যে, পথ সুৰক্ষা সপ্তাহ উপলক্ষে জিলাখনৰ বৃদ্ধি পাই অহা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে জিলাখনৰ বিভিন্ন স্থানত বাইক ৰেলী, সজাগতা সভা, বাটৰ নাট, চালক-পৰিচালকসকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিৱিৰ, পোষ্টাৰিং আৰু বেনাৰিঙেৰে ৰাইজৰ মাজত সৃষ্টি কৰাৰ লগতে আজি প্ৰাইজমৱি মাৰাথান দৌৰেৰে পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সফল সামৰণি কৰা হয়৷

Tags: Road Safety Weekপথ সুৰক্ষা সপ্তাহ
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx