ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিশাখাপত্তনমত চাঞ্চল্যকৰ ঘটনা : এবছৰ ধৰি পৰি থকা ভাড়াতীয়াৰ মৃতদেহৰ অংশ উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 5, 2022
Reading Time: 1 min read
A A
0
বিশাখাপত্তনমত চাঞ্চল্যকৰ ঘটনা : এবছৰ ধৰি পৰি থকা ভাড়াতীয়াৰ মৃতদেহৰ অংশ উদ্ধাৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত উত্তৰ প্ৰদেশ আৰু দিল্লীতো একেই ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে। তাৰ মাজতেই শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনম (Visakhapatnam)ত সংঘটিত হোৱা আন এক এনে অনুৰূপ ঘটনা পোহৰলৈ আহে।

বিশাখাপত্তনম ভাড়াতীয়াৰ মৃতদেহৰ অংশ উদ্ধাৰ
Part of body of Visakhapatnam tenant recovered :

আৰক্ষীয়ে শেহতীয়াকৈ বিশাখাপত্তনমৰ এটা বন্ধ ঘৰ (Closed House)ৰ ড্ৰাম (Drum)ত এগৰাকী মহিলাৰ দেহ (Woman’s body)ৰ এটা অংশ উদ্ধাৰ (Part recovery) কৰিছে। ভাড়াতীয়াই ভাৰা পৰিশোধ নকৰাৰ বাবে বন্ধ ঘৰটোত প্ৰায় এবছৰ পিছত মালিকে প্ৰৱেশ কৰাত ঘটনা সন্দৰ্ভত জানিব পৰা যায়। ২০২১ চনৰ জুন মাজত ভাড়াতীয়াজনে তেওঁৰ পত্নীৰ গৰ্ভধাৰণৰ কথা উল্লেখ কৰি ভাড়া পৰিশোধ নকৰাকৈ ঘৰটো খালী কৰিছিল যদিও ভাড়াতীয়া গৰাকীয়ে এবাৰ- দুবাৰ পিছ দুৱাৰেদি ঘৰটোত প্ৰৱেশ কৰে।

কিন্তু যোৱা এটা বছৰে ঘৰৰ মালিকক ভাড়া নিদিয়াত তেওঁলোকৰ বয়-বস্তুবোৰ বাহিৰ উলিয়াই দিবলৈ বলপূৰ্বক ভাৱে মালিক ভিতৰত প্ৰৱেশ কৰে। তেতিয়া মৃতদেহৰ অংশটোৰ উদ্ধাৰ হয়। এবছৰ পূৰ্বেই এই হত্যাকাণ্ড সংঘটিত হৈছিল। আৰক্ষীৰ মতে, এই মৃতদেহটো ভাড়াতীয়াৰ পত্নীৰ।

Tags: Part of body of Visakhapatnam tenant recoveredবিশাখাপত্তনম ভাড়াতীয়াৰ মৃতদেহৰ অংশ উদ্ধাৰ
Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx