ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

ডিমাপুৰ বুলছক পৰাজিত কৰি ৩য় উইন্টাৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ খিতাপ অৰ্জন ডিফু ওৱাৰিৱৰ্ছৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
November 26, 2022
Reading Time: 1 min read
A A
0
ডিমাপুৰ বুলছক পৰাজিত কৰি ৩য় উইন্টাৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ খিতাপ অৰ্জন ডিফু ওৱাৰিৱৰ্ছৰ

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

যোৱা 13 নৱেম্বৰৰ পৰা ডিফু (Diphu)ৰ পাঁচ মাইল (Five mile)স্থিত চাই খেলপথাৰ (Sai Play ground)ত ডিফু ল’ বাজেট ক্লাব (Law Budget Club)ৰ উদ্যোগত আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থা (Karbi Anglong Sports Association)ৰ সহযোগত চলি থকা উইনটাৰ ক্ৰিকেট টুৰ্ণামেণ্ট (Winter Cricket Tournament)ৰ চূড়ান্ত খেলত ডিফু ৱাৰিৱৰ্চে (Diphu Warriors) চূড়ান্ত খিতাপ (Final Title) অৰ্জন (Acquisition) কৰিবলৈ সক্ষম হৈছে ।

sp 1 1 | ASSAM TIMES POST

আজি ডিমাপুৰ বুলছ (Dimapur Bulls) আৰু ডিফু ওৱাৰিৱৰ্ছৰ (Diphu Warriors) মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলত ডিফু ৱাৰিঅৰ্চে ডিমাপুৰ বুলচক ৮৩ ৰনৰ বিশাল ব্যবাধনত হেৰুৱাই চুড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি নিৰ্ধাৰিত ২০ অভাৰৰ খেলত ডিফু ওৱাৰিৱৰ্ছ টছত জিকি প্ৰথমে বেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সম্পূৰ্ণ অভাৰত ৭ উইকেটৰ বিনিময়ত ১১৩ ৰাণ কৰি ডিমাপুৰ বুলছক ১১৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

sp 3 1 | ASSAM TIMES POST

ডিমাপুৰ বুলছে নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি ১২’১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২৯ ৰাণ কৰিবলৈ সক্ষম হয়। ৩’১ অভাৰ বলিং কৰি ৪ টা উইকেট দখল কৰা ডিফু ওৱাৰিৱৰ্ছৰ ৰবি ছেত্ৰীক মেন অৱ দা মেচৰ সন্মানেৰে সন্মানিত কৰা হয় । বিজয়ী দল ডিফু ওৱাৰিৱৰ্ছে লগতে ৭০ হাজাৰ টকা (Rs 70,000) প্ৰাইজমনি লাভ (Prize money gains) কৰাৰ বিপৰীতে বিজেতা দল ডিমাপুৰ বুলচে ট্ৰফীৰ লগতে ৪০ হাজাৰ টকাৰ প্ৰাইজমনী লাভ কৰে । বঁটা বিতৰণী অনুষ্ঠানত এম এ চি ফেনপিগা ৰেঙমা কাছাৰ সাধাৰণ সম্পাদক ড: পংকজ টেৰণ উপস্থিত থাকে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Diphu Warriors wins cricket tournament titleক্ৰিকেট টুৰ্ণমেণ্টৰ খিতাপ অৰ্জন ডিফু ওৱাৰিৱৰ্ছ
Share7Tweet5Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d