ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

হুইস্কিৰ বটলত চোৰাং কোকেইন, মুম্বাই বিমানবন্দৰত ধৰা পৰিল ২০ কোটি টকাৰ ড্ৰাগছ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 25, 2022
Reading Time: 1 min read
A A
0
হুইস্কিৰ বটলত চোৰাং কোকেইন, মুম্বাই বিমানবন্দৰত ধৰা পৰিল ২০ কোটি টকাৰ ড্ৰাগছ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

হুইস্কিৰ বটলত তৰল কোকেইন সৰবৰাহৰ চেষ্টা। মুম্বাই বিমানবন্দৰত জব্দ ২০ কোটি টকাৰ ড্ৰাগছ জব্দ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) এক বিবৃতিত এই কথা সদৰী কৰে। ডি আৰ আইৰ বিষয়াসকলে বিশেষ সূত্ৰৰ পৰা জানিব পৰে যে লাগোছৰ পৰা আদিছ আবাবা হৈ মুম্বাইলৈ ড্ৰাগছ আহিব পাৰে। ২৪ নৱেম্বৰত ড্ৰাগছ লৈ মুম্বাই বিমানবন্দৰত উপস্থিত হʼব পাৰে সন্দেহজনক লোকজন।

ইয়াৰ পিছত ডি আৰ আইয়ে বিমানবন্দৰত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিলে। অৱশেষত মুম্বাই বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় সন্দেহজনক লোকজনক। তেওঁৰ বেগত ১ লিটাৰৰ হুইস্কিৰ দুটা বটল উদ্ধাৰ হয়। বটলটোৰ ভিতৰৰ তৰল পদাৰ্থটো পৰীক্ষা কৰি কোকেইনৰ উপস্থিতি ধৰা পৰে।
হুইস্কিৰ দুটা বটলৰ ওজন আছিল ৩.৫ কিলোগ্ৰাম।

সেই লৈ সন্দেহ প্ৰকাশ কৰে ডি আৰ আইৰ বিষয়াসকল। বিবৃতিটোত কোৱা হৈছে যে বটলত তৰল পদাৰ্থৰ সৈতে কোকেইন মিহলি কৰা হৈছিল। ফলত চিনাক্ত কৰাটো কঠিন আছিল। এই ধৰণৰ ড্ৰাগছ সৰবৰাহৰ কৌশল আগতে ধৰা পৰা নাই। ডি আৰ আইয়ে তদন্ত কৰি আছে মুম্বাইৰ কʼলৈ এই ড্ৰাগছ চোৰাংকৈ অনা হৈছিল।

Tags: ড্ৰাগছ
Share4Tweet3Send

Related Posts

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

by News Desk
May 4, 2026
50
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

by Staff Reporter
May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

by Staff Reporter
May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

by Staff Reporter
May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

by Staff Reporter
May 3, 2026
50
ADVERTISEMENT
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx