ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী, নাছাৰ পদক্ষেপ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 16, 2022
Reading Time: 1 min read
A A
0
পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী, নাছাৰ পদক্ষেপ:

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই  NASA বুধবাৰে ৫০ বছৰৰ পাছত পুনৰ এজন মানুহক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। মঙলবাৰে সংস্থাটোৱে জনোৱা মতে, ২৪ ঘণ্টাৰ ভিতৰত এই মানৱবিহীন মহাকাশযানখন বিশ্বৰ একমাত্ৰ উপগ্ৰহলৈ পাৰ হʼব।

পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী
Astronauts will go to moon again:

এইবাৰ মানুহক চন্দ্ৰলৈ প্ৰেৰণৰ বাবে নাছাৰ মিছন তিনিটা পৰ্যায়ত হʼব। যাৰ প্ৰথম পদক্ষেপটো হʼল ‘আৰ্টেমিছ ১’। ই এক যাত্ৰীবিহীন অভিযান। ইয়াৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত অৱতৰণৰ বাবে সম্ভাৱ্য ‘অৱতৰণ স্থান’ চিনাক্ত কৰা। দ্বিতীয় পৰ্যায়তো একে পৰীক্ষা কৰা হʼব। যদি সফল হয় তেন্তে পৰৱৰ্তী মিছনত মানুহ চন্দ্ৰলৈ যাব।

২৯ আগষ্টত আৰ্টেমিছ ১ মুকলি হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত ৰকেটৰ তৰল হাইড্ৰ’জেন লাইনৰ এটা ফুটা ধৰা পৰে। ফলত কাউণ্ট ডাউন আৰম্ভ হোৱাৰ মাজভাগতে ৰৈ যায়৷ অভিযন্তাসকলে বহু চেষ্টাৰ পিছতো সমস্যাটো সমাধান কৰিব নোৱাৰে। ফলত সেইদিনা উৎক্ষেপন বাতিল কৰা হয়।

পিছৰ দিনটো আছিল ২ ছেপ্টেম্বৰ। কিন্তু সেইবাৰো তৰল হাইড্ৰ’জেন টেংকিত ছিদ্ৰ ধৰা পৰে। ফলত মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ অভিযান পুনৰ বাতিল কৰা হয়। যদিও অৰিয়ান মহাকাশযানক বিকল্প হিচাপে গণ্য কৰা হয়, তথাপিও শেষত নাছাৰ বিজ্ঞানীসকলে বিশ্বৰ আটাইতকৈ শক্তিশালী মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ ওপৰত নিৰ্ভৰ কৰিছে।

‘আৰ্টেমিছ ১’ উৎক্ষেপণৰ সময়ত ৰকেটৰ তলৰ ৪টা বৃহৎ ইঞ্জিনে ৩ লাখ লিটাৰ ছুপাৰ ক’ল্ড লিকুইড হাইড্ৰ’জেন আৰু অক্সিজেন জ্বলাই বিপুল শক্তি উৎপাদন কৰে। যাৰ সহায়ত মহাকাশৰ মাজেৰে পাৰ হৈ যায়।১৯৬৯ চনত নাছাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডৱিন এলড্ৰিনে প্ৰথমে ‘এপল’-১১’ অভিযানত চন্দ্ৰত ভৰি দিছিল।

১৯৭২ চনত মহাকাশচাৰী জেন চেৰনানৰ সৈতে নাছাৰ ‘এপল’-১৭’ চন্দ্ৰত অৱতৰণ কৰে। সেই ঘটনাৰ অৰ্ধশতিকা বৰ্ষপূৰ্তিত নাছাই পুনৰ মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে। তাৰ লগতে আমেৰিকান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচনেও চন্দ্ৰৰ ওপৰত দীৰ্ঘম্যাদী গৱেষণাৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

Tags: নাছা
Share4Tweet3Send

Related Posts

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

by Staff Reporter
May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

by Staff Reporter
May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

by News Desk
May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

by Staff Reporter
May 31, 2026
50
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

by News Desk
May 30, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx