ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি শান্তিচুক্তি বিতৰ্কি : দফা ২,৩-ৰ পুনৰীক্ষণ দাবীলৈ জেচিচিপিৰ সংবাদমেল

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
September 21, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

২০২১ ইং বৰ্ষৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং জিলাৰ ছয় সহস্ৰ উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ পিছত বিজেপিয়ে পাৰ্বত্য জিলা দুখনত স্থায়ী শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও জিলা দুখনৰ দল সংগঠনে স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ দফা ২, ৩ৰ জৰিয়তে জিলাখনৰ ষষ্ঠ অনুসূচীক উলংঘা কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। পাৰ্বত্য জিলা দুখনৰ কেইবাটাও সামাজিক সংগঠনৰ উমৈহতীয়া মঞ্চ ‘দ্যা জইণ্ট ক’অৰ্ডিনেছন কমিটি প্ৰটেকশ্যন অফ অট’নমি’ চমুকৈ ‘জেচিচিপি’য়ে এইলৈ আজি ডিফুৰ আইটিআইস্থিত হংফাৰলাত এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ অসন্তুষ্ঠি ব্যক্ত কৰে।

জেচিচিপিৰ অন্যতম শীৰ্ষ নেতা খৰছিং টেৰণে সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ২০২১ চনৰ ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ ২, ৩ নং দফা অনুসৰি কাৰবি আংলঙৰ ১০টা আসন সকলোৰে বাবে মুক্ত বুলি ৰখা সুবিধা ষষ্ঠ অনুসূচীৰ অপৰিপন্থী। সেয়ে উক্ত চুক্তিৰ অংশীদাৰ সকলক মাতি পুনৰ উক্ত চুক্তিৰ ২, ৩নং দফাৰ পুনৰবিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

PeaceP1 1 | ASSAM TIMES POST

আনহাতে ১৯৫০ চনতে আয়োগ গঠন কৰি কাৰবি আংলঙৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেই ধৰণে কাৰবি আংলঙৰ সীমা অক্ষুণ্ণ থাকিব লাগে বুলি দাবী কৰে। চলিত বছৰৰ ২৯ মাৰ্চত নতুন দিল্লীত প্ৰথম পৰ্যায়ত ছয় বিবাদমান স্থানকলৈ আলোচনা হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত অসম-মেঘালয় সীমান্তৰ চাৰিটাকৈ বিবাদমান অঞ্চল ক্ৰমে, ব্লক ১, ব্লক ২, খান্দুলী আৰু পিচিআৰকলৈ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰূপে মাজত আলোচনাত অনুষ্ঠিত হোৱাৰ কথা আছে। এই সন্দৰ্ভত সংবাদমেলত আজি জেচিচিপিৰ নেতা ৰবীন্দ্ৰ ৰংপিৰ, ছয়ছিং ৰংপি আৰু খৰছিং টেৰণে কয় যে, উল্লেখিত চাৰিটা স্থান কাৰবি আংলঙ জিলাৰ ভৌগলিক সীমাৰ ভিতৰত আছে এই চাৰিটা স্থানত মেঘালয়ৰ অধিকাৰ নাই। সেয়ে উক্ত স্থান চাৰিটাক লৈ মেঘালয় চৰকাৰে একো আপত্তি কৰিব নোৱাৰে।

দুয়োখন চৰকাৰৰ ‘দিয়া লোৱা’ নীতিৰ ভিতৰত কাৰবি আংলঙৰ ভূমিখণ্ড পৰিব নালাগে। কাৰবি আংলঙৰ কোনো ভূমি মেঘালয়ক গতাই দিব নালাগে লগতে মেঘালয়ৰ ভূমিও কাৰবি আংলঙৰ নালাগে বুলি কয় নেতা সকলে। এইলৈ জেচিচিপিৰ এক সঁজাতি দলে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডা: তুলিৰাম ৰংহাঙক এক দাবী সম্বলিত স্মাৰকপত্ৰ অৰ্পণ কৰা বুলিও অৱগত কৰে জেচিচিপিৰ নেতাসকলে। বিষয় দুটা বিবেচনাৰ আওতালৈ আনি শীঘ্ৰে বিষয়দুটাকলৈ সংশ্লিষ্ট অংশীদাৰ সকলক লৈ পুনৰীক্ষণ কৰি চুক্তিৰ দফা ২,৩ৰ পুনৰীক্ষণ কৰা, পৰিষদৰ বিশেষ অধিৱেষণ পাতি সীমা বিবাদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা, এই সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰা।

আনহাতে জেচিচিপিৰ এটা সঁজাতি দলে অতি শীঘ্ৰে বিষয় দুটাকলৈ অসমৰ মুখ্যমনেত্ৰীৰো কাষ চাপিব বুলি সংবাদমেলত সদৰি কৰে জেচিচিপয়ে।

Tags: 3JCCP press conference on review demand for Clause 2দফা ২৩-ৰ পুনৰীক্ষণ দাবীলৈ জেচিচিপিৰ সংবাদমেল
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx