ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন সম্পৰ্কে প্ৰদেশ কংগ্রেছক বাৰ্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 15, 2022
Reading Time: 1 min read
A A
0
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন সম্পৰ্কে প্ৰদেশ কংগ্রেছক বাৰ্তা

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন হোৱাৰ কথা আছিল। কিন্তু কোনো ৰাজ্যতে সেয়া নহʼল৷ এইবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক কংগ্ৰেছ কমিটীসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰি অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক ৰাষ্ট্ৰীয় সভাপতি হিচাপে মনোনীত কৰিবলৈ অনুৰোধ জনাইছে।

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনএই সন্দৰ্ভত প্ৰাদেশিক কংগ্ৰেছ সমিতিসমূহকো এই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গৃহীত কৰিবলৈ অৱগত কৰা হৈছে। ২২ ছেপ্টেম্বৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হʼব মনোনয়ন প্ৰক্ৰিয়া।

ইয়াৰ পূৰ্বে ৰাজ্যৰ নেতৃত্বক এই প্ৰস্তাৱ গৃহীত কৰিবলৈ কোৱা হৈছে। ইয়াৰ ফলত দলৰ ভিতৰত সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ পুনৰ প্ৰশ্ন উত্থাপন হʼব বুলি আশংকা কৰিছে কংগ্ৰেছৰ এটা শ্ৰেণীৰ নেতাই।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত গোলাম নবী আজাদে দলৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰহসন বুলি অভিহিত কৰে। ইয়াৰ পিছতে ক্ষুব্ধ কংগ্ৰেছ নেতাসকলেও সভাপতি নিৰ্বাচনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সভাপতি নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা নেতা মধুসুদন মিস্ত্ৰীয়ে অৱশ্যে তেওঁলোকক আশ্বাস দিয়ে।

আজি মিস্ত্ৰীৰ নেতৃত্বত সভাপতি নিৰ্বাচন সন্দৰ্ভত এখন সভাও অনুষ্ঠিত হয়। এআইচিচিৰ প্ৰতিনিধিক QR কোডযুক্ত কাৰ্ড দিয়া হৈছে। গান্ধী পৰিয়ালৰ অনুগামীসকলে যুক্তি আগবঢ়ায় যে বিজেপি বা আন কোনো দলে নিৰ্বাচনৰ জৰিয়তে ৰাজ্যিক বা ৰাষ্ট্ৰীয় সভাপতি নিযুক্তি নিদিয়ে।

Tags: কংগ্ৰেছ
Share4Tweet3Send

Related Posts

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

by News Desk
April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

by News Desk
April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

ADVERTISEMENT
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT