ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ত্ৰয়োদশ উকা ষ্টেট কাৰাটে চেম্পিণশ্বিপৰ ২৯ টা সোণ, ১৯ টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত কামৰূপ( মেট্ৰ’)

ASSAM TIMES POST by ASSAM TIMES POST
November 3, 2019
Reading Time: 1 min read
A A
0
ডিফুত ত্ৰয়োদশ উকা ষ্টেট কাৰাটে চেম্পিণশ্বিপৰ ২৯ টা সোণ, ১৯ টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত কামৰূপ( মেট্ৰ’)
  • কাৰবি আংলঙলৈ সোণ বুটলিলে ইমদাদ আহমেদে, ধনঞ্জয় কাছাৰ, চয়ানিকা প’মা আৰু আনডাৰ ৰংহাঙৰ ৰূপৰ পদক লাভ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

ডিফুঃ ডিফুত কাৰবি আংলং ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা ত্ৰয়োদশ উকা ষ্টেট কেৰাটে চেম্পীয়ণশ্বিপ ২০১৯ প্ৰত্যাশিত ভাবেই কামৰূপ (মেট্ৰ’) ই শীৰ্ষ স্থান দখল কৰি আছে ৷ আনহাতে ঘৰুৱা দল কাৰবি আংলঙৰ হৈ বাতৰি লিখা পৰলৈকে ইমদাদ আহমেদৰ এটা সোণ আৰু ক্ৰমে, ধনঞ্জয় কাছাৰ, চয়ানিকা প’মাহ আৰু আণ্ডাৰ ৰংহাঙে এটাকৈ ৰূপৰ পদক লাভ কৰি আছিল ৷

dd31c303 6c65 48e4 b818 8a08b48929bc | ASSAM TIMES POST

বাতৰি লিখা পৰলৈকে প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ মেট্ৰ ২৯ টা সোণ, ১৯ টা ৰূপ, আৰু ২৫ টা ব্ৰঞ্জ,৷ কামৰূপ (গ্ৰাম্য) ২ টা সোণ এটা ৰূপ আৰু ৬ টা ব্ৰঞ্জ৷ যোৰহাট ১টা সোণ, দুটা ৰূপ আৰু ৩ টা ব্ৰঞ্জ৷ তিতাবৰ এটাকৈ সোণ আৰু লগতে ২ টা ব্ৰঞ্জ৷ দৰঙৰ ১টাকৈ সোণ আৰু ৰূপ লগতে ২ টা ব্ৰঞ্জ ৷ শোণিতপুৰ ১টাকৈ সোণ, ৰূপ লগতে ৩ টা ব্ৰঞ্জ ৷

7432e8ca 6594 427e 9c31 6f7e703a3239 | ASSAM TIMES POST

কাৰবি আংলং ১ টা সোণ, ৩ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ ৷ বঙাই গাওঁৰ ১ টাকৈ সোণ আৰু ৰূপ ৷ নগাওঁ ২ টা ৰূপ ৭ টা ব্ৰঞ্জ ৷ চৰাইদেউ ১ টা ৰূপ, ৩ টা ব্ৰঞ্জ ৷ ডিব্ৰুগঁড় ১ টা ব্ৰঞ্জ, তিনিচুকীয়া ১ টা ব্ৰঞ্জ ৷ ধুবুৰী ১ টা ৰূপ, লক্ষীমপুৰ ১ টা ব্ৰঞ্জ, ধেমাজী ব্ৰঞ্জ ৩ টা আৰ বাক্সা জিলাই এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰতিযোগিতা সমূহ চলি থকাৰ মাজতে বিজয়ী প্ৰতিযোগী সকললৈ কৰ্তৃপক্ষই বঁটা বিতৰণী কাৰ্যসূচী অব্যাহত ৰাখে ৷ কাৰবি আংলং কেৰাটে সন্থাৰ সভাপতি তথা পৰিষদৰ এমএচি প্ৰভাত চন্দ্ৰ তাৰ’ৰ লগতে অসম কেৰাটে যন্থাৰ শীৰ্ষ বিষয়া সকলে বঁটা মানপত্ৰ সমূহ প্ৰদান কৰে ৷ বাতৰি লিখা পৰলৈকৈ প্ৰতিযোগিতাৰ খেল সমূহ চলি আছিল ৷

66735ee0 1036 47c7 b243 85db7e0f261e | ASSAM TIMES POST

সদৌ অসম কেৰাটে সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থা তথা কাৰবি আংলং জিলা কেৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইনড’ৰ ষ্টেডিয়ামত অহা ২ নৱেম্বৰ শনিবাৰ সন্ধিয়া ৫ বজাৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল জানিব পৰা অনুসৰি উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, ছাবজুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৯৫০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে৷ আনহাতে আজি উদ্ধোধনী অনুষ্ঠানত জুনিয়ৰ আৰু চাব জুনিয়ৰৰ কাটা ইভেণ্ট আৰম্ভ হৈছিল ৷আজি কুমিটে কেডেট আদিৰো খেল হয় ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx