ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 5, 2022
Reading Time: 1 min read
A A
0
২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক

RELATED POSTS

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

প্ৰতি ঘণ্টাত ১৮ টা, প্ৰতিদিনে গড়ে ৪২৬ জন। এক পৰিসংখ্যা মতে, ২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক। এবছৰত ডেৰ লাখতকৈ অধিক লোকৰ মৃত্যু হয়।গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৱে ‘ভাৰতত দুৰ্ঘটনাগ্ৰস্ত মৃত্যু আৰু আত্মহত্যা, ২০২১’ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে।

দেশত পথ দুৰ্ঘটনাইয়াত উল্লেখ কৰা হৈছে যে যোৱা বছৰ সমগ্ৰ দেশতে ৪.০৩ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আহত হৈছে ৩.৭১ লাখ লোক। মৃত্যুৰ সংখ্যা ১.৫৫ লাখৰো অধিক। ২০২১ চনত প্ৰতি হাজাৰ বাহনত দুৰ্ঘটনাগ্ৰস্ত মৃত্যুৰ হাৰ আছিল ০.৫৩। যিটো ২০২০ (০.৪৫) আৰু ২০১৯ (০.৫২)তকৈ অধিক। কিন্তু ২০১৮ (০.৫৬) আৰু ২০১৭ (০.৫৯)তকৈ কম।

প্ৰতিবেদন অনুসৰি, “পথ দুৰ্ঘটনাত সাধাৰণতে মৃত্যুতকৈ অধিক আঘাতপ্ৰাপ্ত হয়। কিন্তু মিজোৰাম, পঞ্জাব, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত আঘাতপ্ৰাপ্ত হোৱাতকৈ মৃত্যুৰ সংখ্যা বেছি।” দেখা গৈছে যে পঞ্জাবত ৬০৯৭টা পথ দুৰ্ঘটনাত ৪৫১৬ জন লোকৰ মৃত্যু, আহত হৈছে ৩০৩৪ জন। ঝাৰখণ্ডত ৪৭২৮টা দুৰ্ঘটনাত ৩৫১৩জনৰ মৃত্যু আৰু আহত ৩২২৭জন। উত্তৰ প্ৰদেশত ৩৩,৭১১টা দুৰ্ঘটনাত ২১,৭৯২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ১৯,৮১৩ জন লোক।
বিগত বৰ্ষৰ পৰিসংখ্যা অনুসৰি ৫৯.৭ শতাংশ দুৰ্ঘটনা অতিৰিক্ত গতিৰ বাবেই সংঘটিত হৈছে।

তাৰ ফলত মৃত্যু হৈছে ৮৭,০৫০ জনৰ। লগতে আহত হৈছে ২.২৮ লাখ লোক। ২৫.৭ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছিল অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে। ইয়াত ৪২,৮৫৩ জন লোকৰ মৃত্যু হয়। আহত হৈছে ৯১,৮৯৩ জন লোক। খবৰ পোৱা গৈছিল যে বেয়া বতৰৰ বাবেও মাত্ৰ ২.৮ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে।

প্ৰতিবেদনত বিশেষভাৱে উল্লেখ কৰা হৈছে যে মটৰবাইকৰ দৰে ব্যক্তিগত পৰিবহণতকৈ বাছৰ দৰে ৰাজহুৱা পৰিবহণ সুৰক্ষিত। দেখা গৈছে যে দুৰ্ঘটনাত মৃত্যু হোৱা মুঠ লোকৰ ভিতৰত ৪৪.৫ শতাংশই দুচকীয়া বাহন চলাইছিল। ইয়াৰ উপৰি ১৫.১ শতাংশ গাড়ী, ৯.৪ শতাংশ ট্ৰাক আৰু ৩ শতাংশ বাছ। লগতে জনা যায় যে মুঠ দুৰ্ঘটনাৰ ৫৯.৭ শতাংশ (২.৪ লাখ ঘটনা) গ্ৰাম্য অঞ্চলত আৰু ৪০.৩ শতাংশ (১.৬২ লাখ ঘটনা) চহৰ অঞ্চলত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
50
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

by News Desk
October 19, 2026
51
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

by News Desk
October 19, 2026
51
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

by ASSAM TIMES POST
October 18, 2026
50
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

by News Desk
October 16, 2026
53
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

by News Desk
October 16, 2026
52
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d