ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দুমাহ ধৰি সন্ধান নাই চালক সন্তোষ চাৰ্কিৰ, উদ্বিগ্ন চাৰ্কিৰ পৰিয়ালঃ তদন্ত প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম মটৰ শ্ৰমিক ফেডাৰেছনৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ “অসমত বেচৰকাৰী পৰিবহন খণ্ডত নিয়োজিত চালক সকলৰ জীৱন দিনে দিনে অসুৰক্ষিত হৈ পৰিছে ৷” এই গুৰুত্ব পূৰ্ণ অভিযোগ উত্থাপন কৰিছে অসম মটৰ শ্ৰমিক ফেডাৰেছনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে ৷

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

আজি ডিফুস্থিত কাৰবি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰিছে নেতাদ্বয়ে ৷ সংবাদমেলখনত নেতাদ্বয়ে সদৰি কৰা অনুসৰি যোৱা ১ ছেপ্তেম্বৰত ৰাতি ১২ টা বজাত উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ এলেকাৰ এটা উদ্যোগৰ পৰা সামগ্ৰী ভৰ্তি ট্ৰাকলৈ সন্তোষ চাৰ্কি নামৰ কাৰবি আংলঙৰ চালক এজন হোজাই অভিমুখে ৰাওনা হয় ৷মালভৰ্তি গাড়ী AS091GC- 8781সৈতে চালকজন যথাসময়ত গন্তব্য স্থানত আহি পোৱাৰ বিপৰীতে সন্ধানহীন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু সম্পূৰ্ণ চাৰিদিনৰ পিছত নগাওঁ জিলাৰ ইটাচালি থানাৰ সমীপত পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত ট্ৰাকখন আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু মালবস্তু সমূহ মৰিগাঁৱৰ এটা গুদামত উদ্ধাৰ কৰে ৷

ঘটনাৰ লগত জড়িত এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰি জেললৈ পঠায় আৰু মূল অপৰাধী তাইজুল আলী ওৰফে বাবু পলাতক বুলি জনায় ৷ আৰক্ষীয়ে ঘটনাৰ লগত গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰু চালক সন্তোষ চাৰ্কিক দূৰ্বৃত্তই হত্যা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ এই সন্দৰ্ভত অভিভাৱক বুদ্ধ বাহাদুৰ চাৰ্কিয়ে উত্তৰ গুৱীহাটীৰ গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু আজি সম্পূৰ্ণ দুমাহ ধৰি চালক সন্তোষ চাৰ্কিক উদ্ধাৰ কৰাত আৰক্ষীৰ ব্যৰ্থতা লক্ষণীয় আৰু উদ্বেগজনক বুলি কয় নেতাদ্বয়ে ৷

ৰাজ্যখন অপৰাধীৰ মুক্ত বিচৰণস্থলীলৈ ৰূপান্তৰ হোৱা আৰু মটৰ শ্ৰমিকসকলৰ জীৱন অসুৰক্ষিত হোৱা বিষয়টো সকলোৰে বাবে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে নেতাদ্বয়ে ৷এইলৈ নিৰুদ্দিষ্ট চাৰ্কিৰ পৰিয়াল চৰম হতাশাত ভুগিছে ৷ এই সন্দৰ্ভত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাই জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx