ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ফেচবুকত ১০ বছৰ প্রেম কৰি বিয়াৰ ছয়দিন পিছতেই পলাল স্বামী!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 14, 2022
Reading Time: 1 min read
A A
0
ফেচবুকত ১০ বছৰ প্রেম কৰি বিয়াৰ ছয়দিন পিছতেই পলাল স্বামী!

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

ফেচবুকত তেওঁলোকৰ চিনাকি হৈছিল। তাৰ পিছত লাহে লাহে প্রণয়ৰ সম্পর্ক গঢ়ি উঠে। দীর্ঘ ১০ বছৰ ধৰি তেওঁলোকৰ মাজত প্রেমৰ সম্পর্ক চলে। সম্প্রতি সেই সম্পর্কই পৰিণতিও পায়। কিন্তু বিয়াৰ ছয়দিনৰ‌ ভিতৰতে পত্নীক এৰি পলায়ন কৰে স্বামীয়ে। সুবিচাৰৰ আশাত যুৱতীগৰাকী এতিয়া আৰক্ষীৰ দ্বাৰস্থ হৈছে।

ফেচবুকত ১০ বছৰ প্রেমঘটনাটি উত্তৰ প্রদেশৰ। কানপুৰৰ এগৰাকী যুৱতীৰ লগত ফেচবুকত প্ৰেমালাপ কৰে শৈলেন্দ্র সিং নামৰ এজন যুৱকে। ১০ বছৰ ধৰি সেই সম্পর্ক ধৰি ৰাখে দুয়োজনে। এই সময়ৰ মাজতেই দুয়োজনৰ প্ৰায় কেইবাবাৰো সাক্ষাতো হয়।

দীর্ঘ ১০ বছৰৰ প্রেমৰ সম্পর্কক পৰিণতি দিয়াৰ কাৰণে দুয়োজনেই বিয়াৰ সিদ্ধান্ত লয়।যোৱা ১ জুলাইত শৈলেন্দ্র আৰু কানপুৰৰ যুৱতীগৰাকীয়ে বিয়া পাতিলে। কিন্তু সেই পৰিণতিৰ যে ‘চৰম পৰিণতি’ হ’ব সেইটো ঘুণাক্ষৰেও ধৰিব পৰা নাছিল যুৱতীগৰাকীয়ে।

বিয়াৰ প্রথম পাঁচ দিন বেছ ভাল দৰেই গৈছিল দুয়োজনৰ। নতুন জীৱনত প্রৱেশ কৰি বহুত আনন্দত আছিল যুৱতীগৰাকী। কিন্তু বিয়াৰ ষষ্ঠদিনাই তাইৰ জীৱনৰ সকলো ওলট-পালট হৈ যায়। পত্নীক এৰি নাপাত্তা হয় শৈলেন্দ্র। ফেচবুকত যি সম্পর্ক ১০ বছৰ টিকিছিল, মাত্র ছয়দিনতেই সেই সম্পর্ক ভাঙি থান-বান হৈ গʼল।

স্বামীক বিচাৰি নাপায় দিশহাৰা হৈ যুৱতীগৰাকী আৰক্ষীৰ দ্বাৰস্থ হয়। ১০ জুলাইত শৈলেন্দ্রক বিচাৰি চলাথ কৰে আৰক্ষীয়ে। তাৰ পিছত যুৱতীগৰাকীয়ে অভিযোগ কৰে যে শৈলেন্দ্রক যৌতুকৰ বাবে তেওঁৰ দেউতাকৰ ঘৰত হেঁচা প্ৰয়োগ কৰা হৈছে। ২৫ লাখ টকা নগদ লগতে গাড়ীও দাবী কৰিছে তেওঁৰৰ স্বামীয়ে।

যুৱতীগৰাকীৰ আৰু অভিযোগ যে ১০ বছৰৰ সম্পর্কত তেওঁৰ লগত একাধিকবাৰ শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল শৈলেন্দ্রই। বিয়াৰ বাবে বাৰে বাৰে জোৰ দিছিল। ইয়াৰ পিছত তেওঁলোকে কোৰ্টত পঞ্জীয়ন কৰি বিয়া পাতে।

Tags: ফেচবুক
Share4Tweet3Send

Related Posts

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

by Staff Reporter
May 12, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

by Staff Reporter
May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx