ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই কাৰ্বি আংলং আৰক্ষীৰ কঠোৰ অভিযানঃডিলাইত প্ৰায় পোন্ধৰ লাথ টকাৰ হেৰʼইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিফুঃ

Staff Reporter by Staff Reporter
June 26, 2022
Reading Time: 1 min read
A A
0
ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই কাৰ্বি আংলং আৰক্ষীৰ কঠোৰ অভিযানঃডিলাইত প্ৰায় পোন্ধৰ লাথ টকাৰ হেৰʼইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

আজি সমগ্ৰ বিশ্বজুৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাবলৈ সক্ষম হয়।

জিলাখনৰ সদৰ চহৰ ডিফুত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰাৰ লগতে মহিলাসহ তিনি‌ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হোৱাৰ পিছত আজি সন্ধিয়া ডিলাইত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, এক নিশ্চিত তথ্যৰ ভিত্তিত আজি সন্ধিয়া প্ৰায় 6 বজাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক দীপক লাহন, আকাশ গগৈ, সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ সহযোগত ডিলাই আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া বাহিনীয়ে ডিলাই তিনিআলিত তালাচী অভিযান চলায়।

উক্ত অভিযানৰ সময়তে আৰক্ষীয়ে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-01-ই এল-8839 নম্বৰৰ ছুজুকী ডিজায়াৰ বাহনখনত তালাচী চলাই 15 টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 184.29 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। হেৰʼইনখিনি বাহনখনৰ ডেচবʼৰ্ডৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা হৈছিল। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা বুলি অনুমান কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও জিলাৰ কচুৱা শিঙিমাৰী বজাৰৰ বাহাৰুল ইছলাম (20) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা নিচাযুক্ত দ্ৰব্যখিনি আৰক্ষীয়ে ড্ৰাগছ পৰীক্ষা কৰা কিটৰ জৰিয়তে হেৰʼইন বুলি নিশ্চিত কৰে।

Tags: ড্ৰাগছ
Share4Tweet3Send

Related Posts

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

by News Desk
May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

by News Desk
May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

by News Desk
May 4, 2026
50
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
ADVERTISEMENT
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT