আদালতত বিবাহ বিচ্ছেদৰ আবেদন অলিম্পিক জয়ী বক্সা লাভলীনা বৰগোঁহাই।পাৰিবাৰিক আদালতত গোচৰ পঞ্জীয়ন অসম কন্যা লাভলীনা।উল্লেখ্য যে ২০১৮চনত আইনগত ভাৱে বিবাহপাশত আবদ্ধ হৈছিল বক্সাৰগৰাকী।
যোৰহাটৰ নৱনীত গোস্বামীৰে বিবাহপাশত আবদ্ধ হৈছিল লাভলীনা।গোস্বামীৰে বুজাবুজিৰে বিবাহ বিচ্ছেদৰ আবেদন জনাইছে লাভলীনাই।গোচৰ ৰুজু কৰা বাবে গুৱাহাটীৰ পাৰিবাৰিক আদালতত উপস্থিত লাভলীনা।