ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা : কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপিসহ ৮৪২ জনৰ বিজেপিত যোগদান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 14, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

আজি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপিসহ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৮ শতাধিক কৰ্মীয়ে আজি ডিফুত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷ অহা ৮ জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসকীয় দল বিজেপিৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপি বিজেপিত যোগদাননিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলং জিলাত উপস্থিত হৈছেহি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। সভাপতি গৰাকীয়ে আজি ডিফু আৰু বোকাজানত দুখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে কাইলৈ হাওৰাঘাট আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনকৈ দলীয় সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৮ শতাধিক কৰ্মীয়ে আজি ডিফুত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰেআজি ডিফুত দলীয় সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তিনিটা ইঞ্জিনৰ দিল্লী, দিছপুৰ আৰু ডিফুত বিজেপি দলৰ নেতৃত্বত ব্যাপক উন্নয়ন হোৱাৰ বাবেই দলটোৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। পাহাৰীয়া জিলাখনত বিগত সময়ছোৱাত ভালেখিনি উন্নয়নমূলক কাম-কাজ হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পাহাৰীয়া এলেকাৰ উন্নয়নক লৈ সচেষ্ট বুলি মন্তব্য কৰে। কাৰ্বি আংলঙৰ উন্নয়নক মুখ্যমন্ত্ৰীয়ে এক মিশ্যন হিচাপে লোৱা বুলি।

BJP1 1 | ASSAM TIMES POST

উল্লেখ কৰি থোৱা পাঁচটা বছৰত সকলো জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু সম-উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰি অহা বুলি কয়। কʼৰʼনাৰ সংকটৰ সময়ত চৰকাৰখনে প্ৰদৰ্শন কৰা শক্তিশালী ভূমিকাৰ প্ৰসংগ উল্লেখ কৰি বিজেপি চৰকাৰে আগবঢ়োৱা বিভিন্ন কল্যাণকামী আঁচনিসমূহ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

বিজেপি দলৰ এনে কৰ্মসূচীৰ বাবে ভাৰত আজি বিশ্বগুৰুৰ স্থানলৈ ধাবিত হোৱা বুলি দাবী কৰি বিজেপিৰ শাসনত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, উজনি -নামনি সকলোতে উন্নয়নৰ বন্যা বোৱা বুলি কয়। বিজেপি দলৰ এনে উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ পৰাও ভালেসংখ্যক লোকে বিজেপি দলত যোগদানৰ বাবে আগবাঢ়ি অহা বুলি মত প্ৰকাশ কৰি সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত পৰিষদৰ 26 খন আসনৰ আটাইকেইখনতে বিজেপি দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে।

উল্লেখযোগ্য যে, আজিৰ এই সভাতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা দলটোৰ মুখপাত্ৰ ডাঃ মংৱে ৰংপিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

ইয়াৰ উপৰিও বিভিন্ন দলৰ পৰা মুঠ ৮৪২ জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ডিফুৰ সভাৰ পিছতে বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আন এখন দলীয় সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে দলৰ নেতা-কৰ্মীসকলক উজ্জীৱিত কৰি তোলে। আজিৰ সভাত সাংসদ হৰেণছিং বেʼ, বিধায়িকা নন্দিতা গাৰ্লোছা, বিজেপি নেতা বিজয় গুপ্তাকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Tags: JOINED IN BJPবিজেপিত যোগদান
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx