![]()
টকিঅ’ অলিম্পিকত ৰূপ বিজয়ী ভাৰতৰ মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুই আসন্ন কমনৱেলথ গেমছত ৫৫ কেজি ওজন বিভাগত খেলিব নোৱাৰিব। টকিঅ’ অলিম্পিকত ৪৯ কেজি বিভাগত ৰূপ প্রাপ্ত চানুই এইবাৰ ৫৫ কেজি বিভাগত কমনৱেলথ গেমছত নমাব বিচাৰিছিল ৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনে।

![]()

© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx