ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

মহিলা সকলৰ সুৰক্ষাৰ বাবে কাৰ্বি আংলঙত জন্ম হ’ল ইউকেডব্লিউএ নামৰ সংগঠনৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 12, 2019
Reading Time: 1 min read
A A
0
মহিলা সকলৰ সুৰক্ষাৰ বাবে কাৰ্বি আংলঙত জন্ম হ’ল ইউকেডব্লিউএ নামৰ সংগঠনৰ

RELATED POSTS

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

ASSAM TIMES POST ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মহিলাসকলৰ সম অধিকাৰ আৰু সুৰক্ষাৰ বাবে জন্ম হ’ল আন এক মহিলা সংগঠন৷ আজি দুপৰীয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গসকলে৷

সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি যোৱা ৭ জুলাইত ডিফুৰ পিএইছ ই আইবিত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে মেলিন ইংতিপীক সভানেত্ৰী আৰু ইণ্ডিকা ওৱাৰীক সাধাৰণ সম্পাদিকা হিচাপে লৈ ইউনাইটেড কাৰবি আংলং ৱমেন এছ’চিয়েছন নামৰ এক ৩৫ জনীয়া এক শক্তিশালী জিলা সমিতি গঠন কৰে৷

সংগঠনটোৰ উদ্দেশ্য হৈছে ঐক্য শান্তি, আৰু সম অধিকাৰ৷ পাহাৰীয়া জিলাখনত বৃদ্ধি পাই অহা মহিলা নিৰ্যাতন, ধৰ্ষণ, মহিলা সৰবৰাহ আৰু নাৰীজনিত অপৰাধ আদিৰ ক্ষেত্ৰত সংগঠনটোৱে গণতান্ত্ৰিক বাবে অহৰহ সংগ্ৰাম কৰি মহিলা সকলৰ নিৰপত্তা, সুৰক্ষা আৰু সম অধিকাৰ অনাৰ চেষ্টা কৰি যাব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গই৷

উল্লেখযোগ্য যে জিলাখনত মহিলাসকলৰ ন্যায়, সুৰক্ষাৰ বাবে কাৰ্বি আংলং জিলা মহিলা সমিতি, কাৰ্বি নিমচ’ চিংথুৰ আচং, ৱমেন জাষ্টিচ ফৰাম ইত্যাদি অগ্ৰণী মহিলা সংগঠন আছে৷ ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ’চিয়েছন নামৰ সংগঠনৰ নতুন সংযোজনে জিলাখনত মহিলা কণ্ঠ অধিক বলিষ্ট হ’ব বুলি ব্যাপক চৰ্চা লাভ কৰিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

by News Desk
October 13, 2026
60
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
National-International

October 15, 2026
50
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
51
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

October 14, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

October 15, 2026
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

October 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d