ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

ৰঙিয়াত এনকাউণ্টাৰঃ ৩ কোটি ৫০ লাখ টকাৰ ৬৪৬ গ্ৰাম হিৰইন জব্দ

ষ্টাফ ৰিপৰ্টাৰ:

Staff Reporter by Staff Reporter
March 28, 2022
Reading Time: 1 min read
A A
0
ৰঙিয়াত এনকাউণ্টাৰঃ ৩ কোটি ৫০ লাখ টকাৰ ৬৪৬ গ্ৰাম হিৰইন জব্দ

logo new 2 1 1 4 1 3 4 6 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

কামৰূপ আৰক্ষীয়ে শেহতীয়াকৈ ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰে। আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ লওঁতেই বিদ্যুৎ দেৱ ওৰফে বিপ্লৱক দুইজাই গুলী কৰে আৰক্ষীয়ে। আৰু, পৰৱৰ্তী সময়ত তেখেতক জিএমচিএইচত ভৰ্তি কৰোৱা হয়। বিপ্লৱ আৰু আন এক সৰবৰাহকাৰীৰ লগতে কামৰূপ আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩ কোটি ৫০ লাখ টকাৰ ৬৪৬ গ্ৰাম হিৰইন জব্দ কৰে।

মণিপুৰৰ পৰা দুই সৰবৰাহকাৰীয়ে ড্ৰাগছ সহ অহাৰ খবৰ গোপন সূত্ৰ যোগে লাভ কৰি কামৰূপ আৰক্ষীয়ে নিশা ৰঙিয়াৰ বঙালীকুছিত ৰৈ থাকে।

IMG 20220328 WA0007 | ASSAM TIMES POSTপিছত, AS01BN2633 নম্বৰৰ বলেৰ’ত দুজন যুৱক অহাত তালাচি চলাই গাড়ীখনৰ এক্সেলেটৰ আৰু চেছিছৰ ভিতৰত কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ হয়। লগে লগে গাড়ীখনৰ চালকৰ লগতে মূল সৰবৰাহকাৰী বিদ‍্যুৎ দেৱ ওৰফে বিপ্লৱক ৰঙিয়া থানালৈ নিয়া হয়।

পৰৱৰ্তী আৰক্ষীৰ জেৰাৰ সময়ত থানাত বিপ্লবে এটা পেকেট পেলাই থৈ অহা বুলি কয় আৰু সেই ঠাইখিনিত পেকেটটো বিচাৰিবলৈ বিপ্লৱক লৈ যোৱা হয়। বিপ্লৱে তেতিয়া কাষতে থকা এটা কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুইজাই গুলী চলাবলগীয়া পৰে।

পিছত ভৰিত আঘাটপ্ৰাপ্ত হোৱা বিপ্লৱক লগে লগে জিএম চি এইচত ভৰ্ত্তি কৰোৱা হয়। এই অভিযানৰ ক্ষেত্ৰত বিশেষ ভাৱে আৰক্ষীৰ DGP , Special DGP , JCP য়ে সহায় কৰাৰ বাবে কামৰূপ SP য়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

Tags: DrugsEncounterKamrup Police
Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
ADVERTISEMENT
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx