হোজাইত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ৬০ টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ দুই সৰবৰাহকাৰী। সৰবৰাহ কাৰী দুজনৰ নাম হৈছে ক্ৰমে আব্দুল চালাম (ডবকা) আৰু ইজাজুল হক (হোজাই)।
উল্লেখ্য যে, ৭৬০ গ্ৰাম উক্ত ড্ৰাগছৰ বজাৰমূল্য হৈছে ৪ কোটি টকা। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দুই ধৃতই অৱধ আচাম ৰেলেৰে ডিমাপুৰৰ পৰা হোজাইলৈ আনি থকা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰে।