![]()
নিউজ ডেস্কঃ
ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰী।প্ৰতি মুহূৰ্ততে মহানগৰীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ মাত্ৰ।
সমগ্ৰ গুৱাহাটী বায়ুমণ্ডল প্ৰদূষণৰ ফলতেই বগা চামনি সদৃশ এক আৱৰণ পৰিস্ফুট হৈছে।

ধূলি পৰিমাণ বৃদ্ধি পাইছে বায়ুমণ্ডলত।জনস্বাস্থ্য বাবে ক্ৰমাৎ অনুপযুক্ত হৈ পৰিছে মহানগৰী বায়ুমণ্ডল।
নেচনেল এয়াৰ কোৱালিটি ইনডেক্স চমুকৈ NAQI তথ্য মতে গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণৰ পৰিমান ২০৫- ২৩৯ বৃদ্ধি পাইছে।উল্লেখ্য বৃহস্পতিবাৰৰ পৰা প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে।













