![]()
নিউজ ডেস্কঃ
প্ৰাপ্য দাবীত ৰাজ্য ঠিকাভিত্তিত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকে গুৱাহাটী স্তব্ধ কৰা পিচত এইবাৰ গুৱাহাটী পুনৰ স্তব্ধ কৰিবলৈ সাজু ৰাজ্য মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থা।শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথ কপাব ১লাখ ১৯হাজাৰ উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকাই।
মহানগৰী খানাপাৰা পৰা পদব্ৰজে কাহিলীপাৰাস্থিত মিছন সঞ্চালকালয় ঘেৰাও কৰিব ৰান্ধনী-সহায়িকাই।উল্লেখ্য যে টেট উৰ্ত্তীণ ৪০হাজাৰ ঠিকাভিত্তিক শিক্ষকে আজি ঘেৰাও কৰিছিল মিছন সঞ্চালকালয়।
গুৰুত্বপূৰ্ণ কথা যে ৰান্ধনী-সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাকে ধৰি বহুকেইটা দাবীত ৰূপায়ণ কৰিব প্ৰতিবাদ।













