ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীত পুৱাই পানী টেংকাৰ খুন্দাত নিহত এজন

News Desk by News Desk
March 23, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটীত পুৱাই পানী টেংকাৰ খুন্দাত নিহত এজন

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। পানী টেংকাৰৰ দৌৰাতম্যত পুৱাই নিহত এজন। টেংকাৰৰ খুন্দাত মৃত্যু হোৱা লোকজন এপ’ল হাস্পতালৰ কৰ্মচাৰী আছিল। টেংকাৰ খুন্দাত নিহত লোকজন দ্বিজেন বৈশ্য। চিটি চেণ্টাৰলৈ পানী কঢ়িয়াই নিছিল দুৰ্ঘটনা সংঘটিত টেংকাৰ বাহনখনে। জু-ৰোডৰ চিটি চেণ্টাৰ সন্মুখতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। পানী ভৰ্তি টেংকাৰ বাহনখন লোকজনৰ গাৰ ওপৰেৰে উঠি যায়। থিতাতে নিহত হয় লোকজন।

উল্লেখ্য টেংকাৰখনৰ চালক গৰাকী সুৰামত্ত অৱস্থাত আছিল। টেংকাৰখনৰ চালকগৰাকী মুকবিৰ তামাং। প্ৰত্যক্ষদৰ্শীয়ে উত্তম-মধ্যম সোধাই সুৰামত্ত চালকগৰাকীক। টেংকাৰখনৰ নম্বৰ এএছ ০১এম-১২৫১।

তাপৰ্যপূৰ্ণ কথা যে নিহত দ্বিজেন বৈশ্য ঘৰ নলবাৰী জাগ্ৰত।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

by Staff Reporter
May 16, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT