ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিকি গুপ্তা জামিন মঞ্জুৰ : আদালতত আৰক্ষীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল

News Desk by News Desk
March 21, 2022
Reading Time: 1 min read
A A
0
বিকি গুপ্তা জামিন মঞ্জুৰ : আদালতত আৰক্ষীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

ষ্টাফ ৰিপ’ৰ্টাৰঃ

গুৱাহাটী মহানগৰী পল্টনবজাৰ আৰক্ষীৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হোৱা বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ। কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে মঞ্জুৰ কৰে জামিন।পল্টনবজাৰ আৰক্ষী থানা ১৫১/২২নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি ২৯৪/৩২৫/৩৫৩/৩৪১ ধাৰাত কাৰাবন্দী হৈ আছিল গুপ্তাৰ।পল্টনবজাৰ থানা ভাৰপ্ৰাপ্ত বিষয়া আৰু আই অয়ে গুপ্তা ঘটনাৰে জড়িত নহয় বুলি আদালতত কয় আৰক্ষীয়ে নিজৰ দোষ স্বীকাৰ কৰে আদালতত।এই কথা সংবাদ মাধ্যমক অৱগত কৰে বিকি গুপ্তা পক্ষৰ অধিবক্তাই।

ইফালে বিকি গুপ্তাক পত্নী আৰু কণমানি কন্যা সন্তানৰ সন্মুখত প্ৰহাৰ কৰা ঘটনাত জড়িত ৫জনকৈ আৰক্ষীক চমন জাৰি কৰা বুলিও আদালতক জনাই পল্টনবজাৰ আৰক্ষী বিষয়াই।

উল্লেখ্য যোৱা বৃহস্পতিবাৰে গুৱাহাটী পল্টনবজাৰত পত্নী-কন্যা সন্মুখতে বিকি প্ৰসাদ গুপ্তাক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল।মটৰ চাইকেল আৰোহি বিকি প্ৰসাদ গুপ্তাক পল্টনবজাৰ যান-বাহন শাখা আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰে।প্ৰত্যুত্তৰত আৰক্ষী সৈতে কাজিয়া সূত্ৰপাত হয়।ওচৰতে থকা অন্য বহুকেইজন আৰক্ষীয়ে বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰ কৰে।আৰক্ষী সৈতে মাৰপিটত লিপ্ত হোৱা অভিযোগত গুপ্তাক জেললৈ প্ৰেৰণ কৰা হৈছিল।

আনহাতে সামাজিক মাধ্যমত ভিডি’অ ভাইৰেল হোৱাৰ পাচতেই গুপ্তাক প্ৰহাৰ কৰা অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বনৰ লগতে পল্টনবজাৰ থানা যানবাহন শাখা আইচি উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।

তাপৰ্যপূৰ্ণ কথা এই যে বিকি গুপ্তা পত্নীয়েও ইতিমধ্যে আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ১৫২/২২নম্বৰত গোচৰ ৰুজু কৰিছে। কিন্তু বৰ্তমানলৈ আৰক্ষী কনিষ্টবলগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও তেওঁ কয়। বিকি গুপ্তা জামিন মঞ্জুৰ পিচতেই তেওঁ দাবী- আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিব লাগে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx