![]()
নিউজ ডেস্কঃ
গাড়ীগাঁও কিশোৰী দলবদ্ধ ধর্ষণ কাণ্ডত আৰু এগৰাকী গ্ৰেপ্তাৰ।আদাবাৰীস্থ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ কৰ্মচাৰী জন হৈছে অভিজিৎ মজুমদাৰ।
উল্লেখ্য কিশোৰী ধর্ষণকাৰী বিকি আলিসহ অন্য চাৰিৰ অভিযুক্তক OYO অধীনস্থ হোটেলখনত নথি-পত্ৰ অবিহনেই কোঠা ভাড়ালৈ দিয়া অভিযোগ কৰ্মচাৰী মজুমদাৰ বিৰুদ্ধে।গুৰুত্বপূৰ্ণ কথা আটক কৰি ৰাখিছিল মজুমদাৰক।ইতিমধ্যে দলবদ্ধ ধৰ্ষণৰ মাষ্টৰ মাইণ্ড বিকি আলি আৰক্ষী গুলীত নিহত হৈছে।বিপৰীতে অন্য চাৰি অভিযুক্ত বৰ্তমানো আৰক্ষী জালত পৰা নাই।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ১০৫নং কোঠাত যোৱা ১৯ ফেব্ৰুৱাৰীত পাঁচ লম্পটে ১৬বছৰীয়া এগৰাকী দশম শ্ৰেণীতত অধ্যয়নৰত কিশোৰীক দলবদ্ধ ধর্ষণ কৰিছিল ।পানবজাৰ মহিলা আৰক্ষী থানাত ১৯/২২নম্বৰত যোৱা ৮মার্চত এই সন্দৰ্ভত গোচৰ ৰুজু হৈছে।













