![]()
নিউজ ডেস্কঃ
আজিৰে পৰা আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট অধিবেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছে বাজেট অধিবেশন।
১৬ মাৰ্চত বিধানসভাত উত্থাপন হ’ব বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। অহা ১ এপ্ৰিললৈকে চলিব বাজেট অধিবেশন।













