ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মন্ত্ৰী বিমল বৰাৰ ‘পংগু সন্তান’ শব্দই আঘাট দিছে দিব্যাংগক; ৪৮ঘণ্টাত ক্ষমা খোজা দাবী- দিব্যাংগ মঞ্চ

Staff Reporter by Staff Reporter
March 12, 2022
Reading Time: 1 min read
A A
0
মন্ত্ৰী বিমল বৰাৰ ‘পংগু সন্তান’ শব্দই আঘাট দিছে দিব্যাংগক; ৪৮ঘণ্টাত ক্ষমা খোজা দাবী- দিব্যাংগ মঞ্চ

logo new 2 1 1 4 1 3 4 2 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

নিউজ ডেস্কঃ

পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা দিনটোত শক্তি মন্ত্ৰী বিমল বৰাই অসম জাতীয় পৰিষদক সমালোচনা কৰি আছুৰ পংগু সন্তান বুলি কোৱা প্ৰসংগত এইবাৰ জাঙুৰ খাই উঠিছে দিব্যাং মঞ্চই।মন্ত্ৰী গৰাকীয়ে পংগু সন্তান শব্দটো প্ৰয়োগ কৰি সমাজৰ বিশেষভাৱে সক্ষম লোকসকলক উপলুঙা কৰিছে।ৰাজনৈতিক ভাৱে এটা দলে আনটো দলক কি সমালোচনা কৰে তাত আমাৰ কব লগা কোনো কথা নাই।

কিন্তু পংগু সন্তান অভিহিত কৰি ৰাজ্য প্ৰায় ৪.৮০লাখ বিশেষভাৱে সক্ষম লোকক উপলুঙা কৰিছে- এই মন্তৱ্য দিব্যাংগ মঞ্চ অসমৰ মুখ্য উপদেষ্টা দুলু আহমেদৰ।গুৱাহাটী প্ৰেছ ক্লাবত তিনিটা দিব্যাংগ সংগঠনে যৌথভাৱে আজি সম্বোধন কৰা এক সংবাদমেলত দিব্যাংগ মঞ্চ কাৰ্যকৰী সভাপতি মুহাম্বদ মুস্তাফা কামালে কয়-

“যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক দিব্যাংগজন বুলি সম্বোধন কৰা লগতে কিছু আঁচনিৰো দিব্যাংগজন বুলি ৰূপায়ণ কৰিছে চৰকাৰে।তেনে সময়ত এগৰাকী কেবিনেট মন্ত্ৰীয়ে ৰাজনৈতিক সমালোচনাৰ কৰিবলৈ গৈ ব্যৱহাৰ কৰা ‘পংগু সন্তান’ শব্দটোৱে আমাৰ মনত যথেষ্ট আঘাত দিছে।”

“পিতৃ-মাতৃয়ে পংগু সন্তান জন্ম দিয়ো বুলি নিদিয়ে মন্ত্ৰী বৰা শব্দ ব্যৱহাৰে আমাৰ পিতৃ-মাতৃকো মানসিক ভাৱে আঘাত দিছে”- সংবাদমেলত কামালে লগতে কয়।

আনহাতে, মন্ত্ৰী গৰাকীক ‘পংগু সন্তান’ শব্দটো উঠাই লৈ আনুষ্ঠানিক ভাৱে দিব্যাংগসকলৰ আগত ক্ষমা খোজা দাবী জনায় সংবাদমেলত।দুদিনৰ ভিতৰত শক্তিমন্ত্ৰী গৰাকীয়ে ক্ষমা নোখোজিলে তেওঁ বিৰুদ্ধে আইনৰ কাষ চপা হুংকাৰ দিয়ে।লগতে ৰাজ্য প্ৰতিটো দিব্যাংগ সংগঠনে যৌথভাৱে প্ৰতিবাদী আন্দোলনৰ কৰি যাব বুলি ঘোষণা কৰে- কাৰ্যকৰী সভাপতি গৰাকীয়ে।

Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx